October 12, 2025 12:13 PM

views 40

সংবাদ চলন্তিকাত আজি বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থাসমূহৰ জনসেবাৰ প্ৰতি নেতিবাচক আৰু ইতিবাচক সেৱা সম্পৰ্কীয় আলোচনা

সাম্প্রতিক সময়ত স্বেচ্ছাসেবী সংস্থা বা এন জি অ সম্পর্কত বহু নেতিবাচক কথা চর্চালৈ আহিছে। কিন্তু একে সময়তে বহু বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থা নিৰৱচ্ছিন্নভাবে জনসেবাত ব্রতী হৈ আছে। আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত আপোনালোকে লগ পাব গুৱাহাটীৰ পথিক নামৰ স্বেচ্ছাসেবী সংগঠন আৰু মঙলদৈৰ ক্রিষ্টল ভি...

October 12, 2025 12:00 PM

views 58

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি সোঁৱৰণ

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি আছে। আকাশবাণী গুৱাহাটীৰ  দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰেডিঅ' শুনাৰ আৰু আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এনে স্মৃতি আৰু অভিজ্ঞতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্র গোস্বামীয়ে ৰেডিঅ'ৰ সৈতে নি...

October 12, 2025 11:53 AM

views 34

অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগে ৩৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব

অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগে আজি ৩৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ এই পদসমূহৰ ফলাফল ঘোষণাৰে স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন হ'ব বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই প্রক...

October 12, 2025 11:49 AM

views 27

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনে কৰা মৰণোত্তৰ পৰীক্ষা আৰু ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত বিশেষজ্ঞ চিকিৎসকৰ দলে চূড়ান্ত প্রতিবেদন প্রস্তুত কৰিব। শিল্পী...

October 12, 2025 11:37 AM

views 32

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেলত চীনৰ খিতাপ দখল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেল খেলত কালি ইণ্ডোনেছিয়াক ২-০ পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন ছেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খে...

October 12, 2025 11:22 AM

views 18

নিৰাপত্তা বাহিনীয়ে চত্তিশগড়ৰ দক্ষিণ বাষ্টাৰৰ-ডাণ্ট্ৰেৱাড়া জিলাত ৬টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে

ভাৰতে বাওঁপন্থী সন্ত্ৰাসবাদৰ বিপক্ষে দীৰ্ঘদিন ধৰি চলাই থকা যুঁজৰ মাজতে কালি নিৰাপত্তা বাহিনীয়ে চত্তিশগড়ৰ দক্ষিণ বাষ্টাৰৰ-ডাণ্ট্ৰেৱাড়া জিলাত ৬টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে। নিৰাপত্তা বাহিনীয়ে মাংগানাৰ পথত পুতি থোৱা এটা আই ই ডিও সফলতাৰে নিষ্ক্রিয় কৰে। মাংগানাৰ পথৰ সমীপত সন্দেহজনক মাওবাদীৰ উ...

October 12, 2025 11:16 AM

views 48

আফগানিস্তানৰ বৈদেশিক মন্ত্রী মাওলাওৱী তামিৰ খান মুত্তাকিয়ে আগ্ৰাৰ বিশ্ব বিখ্যাত তাজমহল দৰ্শন কৰিব

এসপ্তাহজোৰা ভাৰত ভ্ৰমণত থকা আফগানিস্তানৰ বৈদেশিক মন্ত্রী মাওলাওৱী তামিৰ খান মুত্তাকিয়ে আজি আগ্ৰাৰ বিশ্ব বিখ্যাত তাজমহল দৰ্শন কৰিব। ইয়াৰ পিছতে নতুন দিল্লীত চেম্বাৰ অব কমার্চে আয়োজন কৰা এখন বিশেষ বৈঠকত উদ্যোগ আৰু বাণিজ্যিক প্ৰতিনিধিৰ সৈতে মিলিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতেও ম...

October 12, 2025 11:13 AM

views 64

ভাৰতত নৱনিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গ’ড়ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰতত নতুনকৈ নিযুক্তিপ্রাপ্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ' গ’ড়ক আদৰণি জনায়। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ৰাষ্ট্রদূতগৰাকীৰ কাৰ্যকালত ভাৰত, আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰ...

October 12, 2025 11:09 AM

views 69

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব। কানাডাৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় নীতিৰ অংশ স্বৰূপে দ্বিপাক্ষিক সম্পৰ্ক আৰু সংহযোগিতা অধিক বৃদ্ধিৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণ কৰিব। ভাৰত ভ্ৰমণৰ সময়ছোৱাত আনন্দে নতুন দিল্লীত বিদেশমন্ত্রী এছ. জয়শংকৰ আ...

October 12, 2025 11:02 AM

views 42

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্ৰদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি ৰাজ্যমন্ত্রী জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্ৰদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্রী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাস...