October 12, 2025 10:57 AM

views 45

এনথ্রপিক কৃত্রিম বুদ্ধিমত্তা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ’ আমোদেইৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত এনথ্রপিক নামৰ কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ' আমোদেইয়ে সাক্ষাৎ কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনথ্ৰ'পিকৰ সম্প্ৰসাৰণক আদৰণি জনোৱাৰ লগতে কয়, যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰসমূহ সম্...

October 11, 2025 8:31 PM

views 42

পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণত সন্ত্ৰাসবাদীসহ ১৩জন আৰক্ষী নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইল খানস্থিত ৰত্না কুলাচি আৰক্ষী প্রশিক্ষণ বিদ্যালয়ক লক্ষ্য কৰি সংঘটিত সন্ত্রাসবাদী আক্রমণত ৬ জন সন্ত্রাসবাদী আৰু ৭ জন আৰক্ষী কর্মী নিহত হৈছে। সন্ত্রাসবাদীয়ে যোৱা নিশা বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন গাড়ীৰে বিদ্যালয়ৰ চৌহদত খুন্দা মাৰি নির্বিচাৰে গুলীবর্ষণ কৰা...

October 11, 2025 8:24 PM

views 15

মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলছুখ উখনা সোমবাৰে নতুন দিল্লীলৈ আহিব

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ আমন্ত্রণ ক্রমে মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলছুখ উখনা সোমবাৰে চাৰিদিনীয়া ভ্রমণসূচী লৈ নতুন দিল্লীলৈ আহিব। ৰাষ্ট্রপতি হিচাপে এয়া হ'ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। তেওঁৰ লগত কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ চৰকাৰী বিষয়া, আগশাৰীৰ ব্যৱসায়ী আৰু সাংস্কৃতিক প্রতিনিধিৰে গঠিত এটা উচ্চ...

October 11, 2025 8:19 PM

views 136

প্ৰযুক্তি আৰু অর্থনৈতিক সহযোগিতা কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙৰ অংশগ্ৰহণ

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্রধানমন্ত্রী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্রদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্রী জিতেন্দ্র সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰত...

October 11, 2025 8:15 PM

views 40

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযানে দেশৰ লাখ লাখ খেতিয়কৰ ভাগ্য সলনি কৰিব বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত বিশেষ অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ ৪২ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আঁচনি আৰু প্ৰকল্পৰ উদ্বোধন আৰু আ...

October 11, 2025 8:06 PM

views 32

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতৰ শক্তিশালী স্থিতি

ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে ৪টা উইকেটৰ বিনিময়ত প্রথম ইনিংছত ১৪০ ৰাণ সংগ্ৰহ কৰে। খেল সামৰণিৰ পৰত ছাই হোপে ৩১ আৰু টেভিন ইমাকে ১৪ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূর্বে ভাৰতে ৫ উইকেটৰ বিনিময়ত ৫১...

October 11, 2025 7:55 PM

views 22

বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপত চীনৰ খিতাপ দখল

আমিনগাঁৱত চলি থকা ডব্লিঅ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি ফাইনেল খেলত ইণ্ডোনেছিয়াক ২-০ পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন চেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিন্ট...

October 11, 2025 7:51 PM

views 32

আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্ৰতিগৰাকী কন্যাই যাতে সুৰক্ষা আৰু মৰ্যাদাপূর্ণ জীবন লাভ কৰিব পাৰে তাৰ বাবে সজাগ ভূমিকা পালন কৰিবলৈ মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। তেওঁ লগতে দিৱস উপলক্ষে প্ৰতিগৰাকী কন্যা সন্তানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি দিৱসৰ সৈতে সংগতি...

October 11, 2025 7:48 PM

views 30

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত নগাঁৱৰ চি আৰ পি এফ কনিষ্টবলৰ মৃত্যু

ঝাৰখণ্ডত এটা আই ই ডি বিস্ফোৰণত নগাঁৱৰ চি আৰ পি এফ কনিষ্টবল মহেন্দ্ৰ লস্কৰৰ মৃত্যু হৈছে। মহেন্দ্ৰ লস্কৰ চি আৰ পি এফৰ ৬০ নম্বৰ বেটেলিয়নৰ কণিষ্টবল আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহেন্দ্র লস্কৰৰ মৃত্যুত শ্রদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ছ’ছিয়েল মিডিয়াৰ এটা বার্তাযোগে...

October 11, 2025 7:45 PM

views 19

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন GMCHলৈ প্ৰেৰণ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্রতিবেদন পুংখানুপুংখভাৱে পৰীক্ষ...