October 12, 2025 7:48 PM

views 19

২০২৩ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ এবছুৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান

২০২৩ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নিখিল বড়ো ছাত্র সন্থা এবছুৰ মাজত ত্রিপাক্ষিক আলোচনাৰ বাবে এবছুৱে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। কোকৰাঝাৰৰ বডোফা ভবনত কালি আয়োজিত এখন সংবাদমেলত সংগঠনটোৰ সভাপতি দীপেন বড়োৱে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ...

October 12, 2025 7:44 PM

views 32

ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়াটত থকা ছিংগাপুৰৰ কেইবাগৰাকীও প্রবাসী অসমীয়াই সোনকালেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি এছ আই টিৰ চমনৰ পাছতে কেইবাগৰাকীও প্রবাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ...

October 12, 2025 7:12 PM

views 53

ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ' দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ইতিপূৰ্বে পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হয়৷ গোৱালপাৰা জিলাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান ...

October 12, 2025 7:02 PM

views 22

মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ধেমাজী আৰু বৰদলনি উন্নয়ন খণ্ডৰ বিভিন্ন সখীসকলৰ মাজত ৯৬ খন স্কুটি বিতৰণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ধেমাজী আৰু বৰদলনি উন্নয়ন খণ্ডৰ জীৱিকা সখী, সংযোগ সখী, বেংক সখী, বীমা সখী, কৃষি সখী আৰু পশু সখী কৰ্মীসকলৰ মাজত ৯৬ খন স্কুটি বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ জ...

October 12, 2025 9:28 PM

views 26

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গোলকীয় প্ৰতিভাৰ বাবে বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে

ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গোলকীয় প্রতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভাষ...

October 12, 2025 6:57 PM

views 21

ৰাজ্যত মুছলমানৰ জনসংখ্যা ৩৮ শতাংশ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মাজুলীত এই পৰিসংখ্যা ১০০ শতাংশ বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত  সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, যে দেশত অস্বাভাৱিকহাৰত মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে। ৰাজ্যত মুছলমানৰ জনসংখ্যা ৩৮ শতাংশ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মাজুলীত এই পৰিসংখ্যা ১০০ শতাংশ। পৰৱৰ্তী লোকপিয়লত এই তথ্য পোহৰলৈ আহিব বুলি ...

October 12, 2025 12:25 PM

views 74

বাণিজ্য আৰু অর্থনৈতিক সহযোগিতাৰ চুক্তি ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে

ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ মাজত চলিত মাহৰ পৰা কাৰ্য্যকৰী হোৱা বাণিজ্য আৰু অর্থনৈতিক সহযোগিতাৰ চুক্তি দেশৰ বৈদেশিক বাণিজ্য নীতিৰ উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে। এই চুক্তিখন হৈছে চাৰিখন উন্নত ইউৰোপীয় দেশ, ছুইজাৰলেণ্ড, নৰৱে, আইচলেণ্ড আৰু লিচটেনষ্টাইনৰ সৈতে ভাৰতৰ প্ৰথমখন মুক্ত বাণি...

October 12, 2025 12:22 PM

views 43

মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব

মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশাখাপট্টনমৰ এ চি এ-ভি ডি চি এ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কালি নিশা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে শ্রীলংকাক ৮৯ ৰানত পৰাস্ত কৰে। এই জয়েৰ...

October 12, 2025 12:19 PM

views 60

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিবসৰ কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ' দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উপৰাষ্ট্ৰীয় প্রতিষেধক প্রদান অভিযানৰ অধীনত ইতিপূর্বে পলিঅ' প্রতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জীৱন ৰক্ষাকাৰী পলিঅ' প্রতিষেধক প্রদান...

October 12, 2025 12:16 PM

views 34

শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে কালিৰে পৰা শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি পৰিব। আজি দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ সভাপতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিৰ অংশগ্রহণেৰে এটা বর্ণময় সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়।...