October 14, 2025 8:18 PM

views 22

নতুন দিল্লীত আইনী তথ্য আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি অর্জুনৰাম মেঘৱালৰ

কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুনৰাম মেঘৱালে আজি নতুন দিল্লীত গোচৰৰ স্থিতি আৰু প্ৰগতিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আইনী তথ্য ব্যৱস্থাপনা আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমেঘৱালে কয়, যে চৰকাৰী মোকদমা ব্যৱস্থাপনা অধিক স্বচ্ছ, দক্ষ আৰু উত্তৰদায়ী কৰি তোলা...

October 14, 2025 8:12 PM

views 21

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

বিজেপিয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি, উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তাৰাপুৰ আৰু উপ-মুখ্যমন্ত্রী বিজয় সিনহাই লখীচৰাই আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। বিহাৰৰ স্বাস্থ্য মন্ত্রী মংগল পাণ্ডেই চিৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে, ৰাজ...

October 14, 2025 8:08 PM

views 36

প্রধানমন্ত্রী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি মাজত আজি প্রতিনিধি পৰ্য্যায়ৰ আলোচনা

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলচুখ উখনাৰ মাজত আজি নতুন দিল্লীত প্রতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হয়। বৈঠকত দুয়োপক্ষই মানবীয় সাহায্য, মংগোলিয়াৰ ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰ, প্ৰব্ৰজন, ভূবিজ্ঞান আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা, সমবায়ৰ প্ৰসাৰ তথা ডিজিটেল সমাধান সূত্ৰৰ বিনিময়...

October 14, 2025 8:05 PM

views 34

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্প প্রতিযোগিতাত জুবিন গোহাঁইৰ সোণৰ পদক অৰ্জন

ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্প প্রতিযোগিতাত অসমৰ জুবিন গোহাঁইয়ে সোণৰ পদক অৰ্জন কৰিছে। ল'ৰাৰ ১৭ বছৰ শাখাত জুবিনে এই সফলতা লাভ কৰে।

October 14, 2025 8:03 PM

views 31

অভিযন্তা যোশিতা দাসৰ আত্মহননৰ ঘটনা সন্দৰ্ভত ৩ জন লোকক গ্ৰেপ্তাৰ

বঙাইগাঁৱত লোকনির্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহননৰ ঘটনা সন্দৰ্ভত চি বি আয়ে বিভাগটোৰ দুগৰাকী শীর্ষ বিষয়া আৰু এজন স্থপতিবিদক গ্রেপ্তাৰ কৰিছে। সংস্থাটোৱে লোকনির্মাণ বিভাগৰ বঙাইগাঁও উপ-সংমণ্ডল বিষয়া আমিনুল ইছলাম আৰু বিভাগটোৰ কাৰ্যবাহী অভিযন্তা দীনেশ মেধি শৰ্মাৰ লগতে স্থপতিবিদ দেৱজিৎ শৰ্মাক...

October 14, 2025 8:01 PM

views 38

কাইলৈ এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰি কয়, যে কাইলৈ দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্রার্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোব...

October 14, 2025 7:59 PM

views 36

এনামুল হক লস্কৰক কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশৰ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত

কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশে আজি ধৰ্ষণৰ গোচৰত এনামুল হক লস্কৰ নামৰ এজন দোষীক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। উদাৰবন্দৰ দুমুৰঘাটৰ বাসিন্দা এনামুলে যোৱা বৰ্ষৰ ৭ জুনত এগৰাকী নাবালিকাক অপহৰণ কৰি নিৰ্যাতন চলাইছিল। ঘটনাৰ তদন্তৰ অন্তত এনামুলৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে। এনামুলক দো...

October 14, 2025 7:57 PM

views 63

অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস আজি উদযাপন

অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। আজি গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত আয়োজিত প্রতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীত দলটোৰ সভাপতি তথা মন্ত্রী অতুল বৰাই পতাকা উত্তোলন কৰে। ৰাজ্যৰ খিলঞ্জীয়া, জাতি, জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষাৰ ব...

October 14, 2025 7:41 PM

views 40

বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে নৱ-নির্বাচিত ১২ জন পৰিষদৰ শপত গ্রহণ

বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱ-নির্বাচিত ১২ জন পৰিষদে শপত গ্রহণ কৰে। কোকৰাঝাৰৰ বডোফা নগৰত বি টি চি বিধায়িনী সভাৰ সভাকক্ষত আয়োজিত শপত গ্রহণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱ-নির্বাচিত কার্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰু...

October 14, 2025 7:15 PM

views 33

গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে এখন বৈঠকত অংশ লয়। ৰাজ্য চৰকাৰে এই বৈঠকৰ জৰিয়তে লাচিত বৰফুকন আৰক্ষী একাডেমীত ৫ হাজাৰ নতুন নিযুক্তক প্রশিক্ষণ প্ৰদান কৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা ব্যবস্থা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছ...