October 14, 2025 7:13 PM

views 22

মৰিগাঁও দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলৰ পাৰত পতাকা উত্তোলন পীযুষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি মৰিগাঁও দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলৰ পাৰত পতাকা উত্তোলন কৰে। জিলা প্ৰশাসনৰ উদ্যোগত চাৰণ বিলৰ পাৰত নিৰ্মাণ হ'বলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ ভূমিপূজন কার্যসূচীতো তেওঁ অংশ লয়। জিলা দিৱস কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তেওঁ জুবিন গাৰ্গ...

October 14, 2025 8:03 PM

views 39

শুশ্রূষা সেতু শীর্ষক স্বাস্থ্য শিবিৰত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা সেৱা প্ৰদান

ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেঁতু শীর্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীক প্রাথমিক পৰ্যায়ৰ চিকিৎসা ...

October 14, 2025 7:10 PM

views 23

ধেমাজিত শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক শিক্ষক সম্মিলন

 ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক এখন জিলাভিত্তিক শিক্ষক সম্মিলন অনুষ্ঠিত হৈছে। ৰাজ্যিক শিক্ষা, গবেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এছ চি আৰ টিৰ নিৰ্দেশত শিক্ষকসকলৰ উদ্ভাৱনীমূলক চিন্তাৰ খতিয়ান লোৱাৰ লক্ষ্যৰে এ...

October 14, 2025 7:09 PM

views 96

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৭ গৰাকী প্ৰবাসী অসমীয়াৰ এছ আই টিৰ আগত ভাষ্য প্ৰদান

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়াসকলৰ ৭ গৰাকীয়ে এই পর্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য দিছে। আজি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন নামৰ ব্যক্তি দুগৰাকী উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ ভাষ্য প্রদান কৰে। আৰক্ষী বিষয়াই দুয়োকে বহু সময় ধৰ...

October 14, 2025 7:08 PM

views 24

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাৰ ধর্মঘট কার্যসূচী ৰূপায়ণ

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাই গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ঘটনাৰ তদন্ত পানী নসৰকা হ'ব লাগিব বুলি দাবী তোলে। সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য...

October 14, 2025 7:03 PM

views 74

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এছ আই টিৰ বৈঠক

 জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে কিছু সময় পূর্বে বৈঠকত মিলিত হয়। বৈঠকত ডাঃ শুভ্রকিংকৰ গোস্বামী, সঞ্জীৱ ফুকন, অতনু ভূঞা, প্রাঞ্জল শইকীয়া, ডাঃ হিতেশ বৰুৱা আৰু শিৱাণু বৰা উপস্থিত আছিল। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আটাইকেইগৰাকী ব্যক্তিয়ে কয়...

October 14, 2025 11:56 AM

views 35

ডেনমার্ক অপেন ২০২৫ত লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে ভাৰতক নেতৃত্ব দিব

● বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে আজি আৰম্ভ হ'বলগীয়া ডেনমার্ক অপেন ২০২৫ত ভাৰতক নেতৃত্ব দিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনৰ সৈতে আয়ুষ চেট্টীয়ে যোগদান কৰিব। পুৰুষৰ ডাবলছত ষষ্ঠ বাছনিৰ ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড...

October 14, 2025 11:54 AM

views 49

আই চি চি মহিলা বিশ্বকাপত বিয়লি ৩ বজাত শ্রীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

● আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত শ্বাৰ্মিন আখটাৰ আৰু শ্ব'ৰ্ণা আখটাৰৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ২৩২ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত...

October 14, 2025 11:51 AM

views 38

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ চিপিআৰ সজাগতা সপ্তাহ মুকলি

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কালি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গ...

October 14, 2025 11:48 AM

views 64

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃ...