October 15, 2025 7:04 PM

views 35

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল আজি ঘোষণা কৰা হয়। সংশ্লিষ্ট ৱেবছাইটত আজি ফলাফলসমূহ প্ৰকাশ কৰা হয়। ইপিনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে চলিত মাহৰ ভিতৰতে ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চ...

October 15, 2025 7:02 PM

views 56

সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ জি আই টেগ সন্দৰ্ভত সজাগতামূলক সভা

নাবাৰ্ড আৰু বৰপেটা জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আজি সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ ভৌগোলিক সূচক অর্থাৎ জি আই টেগ সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত অঞ্চলটোৰ কাঁহ শিল্পীসকলৰ লগতে বহু বিক্ৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। নাবাৰ্ডৰ প্ৰতিনিধিসকলে জি আই টেগৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ...

October 15, 2025 7:00 PM

views 35

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত ৫জনক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়ত উত্তপ্ত পৰিস্থিতি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক  বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়ত আজি স্থানীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত লোকসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিল দলিওৱাৰ উপৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ কেইবাখনো বাহনত অ...

October 15, 2025 6:57 PM

views 35

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত এছ আই টিয়ে পাঁচোজন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱায়...

October 15, 2025 6:55 PM

views 37

বিভিন্ন মাধ্যমত বিয়পি পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱাঃ মুন্নাপ্ৰসাদ গুপ্তা

বিভিন্ন মাধ্যমত বিয়পি পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিশেষ সঞ্চালক প্ৰধান মুন্না প্রসাদ গুপ্তাই কয়, যে সামাজিক মাধ্যমত বিয়পি পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনত কোনো চিকিৎসকৰ স্বাক্ষৰ নাই। স্ব...

October 14, 2025 8:28 PM

views 20

জনসংযোগ বিষয়ৰ ছাত্র-ছাত্রীসকলৰ বাবে ইন্টার্ণশ্বিপ কাৰ্য্যসূচীৰ ব্যৱস্থা জলশক্তি মন্ধ্যালয়ৰ

জলশক্তি মন্ধ্যালয়ে আজি ঘোষণা কৰে যে, জনসংযোগ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰী অথবা স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানত জনসংযোগ বিষয়ত গৱেষণা কৰি থকা ছাত্র-ছাত্রীসকলৰ বাবে এটা ইন্টার্ণশ্বিপ কাৰ্য্যসূচীৰ ব্যৱস্থা কৰা হ'ব। এই ইন্টার্ণশ্বিপত নির্বাচিত প্রার্থীসকলে প্রতিমাহে ১৫ হাজাৰ টকাকৈ মুঠ মাহৰ বাবে প্...

October 14, 2025 8:26 PM

views 18

পাঞ্জাৱৰ বানত ক্ষতিগ্রস্ত বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰহণ

শেহতীয়া বানত ক্ষতিগ্রস্ত ৩৬ হাজাৰ ৭০৩ টা বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে পাঞ্জাৱ চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বুলি কেন্দ্রীয় কৃষি আৰু গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। লুধিয়ানাত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পূৰ্বতে ১৪ ...

October 14, 2025 8:24 PM

views 31

সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ ড০ মনসুখ মন্দাভিয়াৰ

কেন্দ্রীয় শ্রম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই আজি সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত তেওঁ উপ ৰাষ্ট্ৰপতিগৰাকীক শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ে গ্রহণ কৰা গুৰুত্বপূৰ্ণ উদ্যম আৰু নীতিগত সংস্কাৰৰ বিষয়ে...

October 14, 2025 8:21 PM

views 16

অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমত গুগল এ আইৰ হাব এটা মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমত গুগল এ আইৰ হাব এটা মুকলি কৰাৰ বাবে সন্তুষ্টি প্রকাশ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত তেওঁ কয়, যে এই ব্যৱস্থাই আমাৰ নাগৰিকসকলক অত্যাধুনিক প্রযুক্তিৰ সৈতে পৰিচয় কৰি দিয়াৰ উপৰিও ডিজিটেল অর্থনীতিৰ দিশত দেশখনক আগুৱাই নিয়াৰ দিশত বিশেষ ভ...

October 14, 2025 8:19 PM

views 19

কাইলৈৰ পৰা ভাৰতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা পুনৰ আৰম্ভ

ভাৰতে কাইলৈৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা পুনৰ আৰম্ভ কৰিব। যোগাযোগ মন্ধ্যালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত এইবুলি জনাইছে যে, ভাৰতীয় ডাক বিভাগে বিশদ প্রণালী উন্নয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষা বিভাগৰ সৈতে সমন্বয়েৰে প্ৰদান শুল্ক আদায় প্রক্ৰিয়াৰ বাবে এটা অনু...