October 15, 2025 9:35 PM

views 38

নতুন দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীৰ অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত ড০ শৰ্মাই সাংবাদিকৰ আগত ছিংগাপুৰ আৰক্ষীয়ে শীঘ্ৰেই তদন্তৰ সবিশেষ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। ছিংগাপুৰ আৰক্ষীয়ে অনুমতি দিলে তদন্...

October 15, 2025 9:31 PM

views 23

অসমত যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ১৮ অক্টোবৰত বিশেষ ‘দৃষ্টিপাত’

অসমত ৰে’ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰে'ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৮ অক্টোবৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্রি...

October 15, 2025 9:28 PM

views 25

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত চালক প্রশিক্ষন কেন্দ্র স্থাপন

অসম চৰকাৰে নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ লগতে দক্ষ চালক গঢ় দিয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে চালক প্রশিক্ষন কেন্দ্র স্থাপন কৰিব। ইতিপূৰ্বে ৰাজ্যৰ বাজেটত ইয়াৰ বাবে অনুমোদন দিয়া হৈছে আৰু শীঘ্ৰে এই কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হ'ব। পৰিবহন মন্ত্ৰী যোগেন মহনে এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ ...

October 15, 2025 9:25 PM

views 18

ৰাজ্যৰ বিভিন্ন জিলাত তৃতীয় পৰ্যায়ৰ ধঁপাতমুক্ত যুৱ অভিযান ৰূপায়ণ

ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত তৃতীয় পৰ্যায়ৰ ধঁপাতমুক্ত যুৱ অভিযান ৰূপায়ণ কৰা হৈছে। ধেমাজি জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ উদ্যোগত আৰু জিলা স্বাস্থ্য কমিটিৰ সহযোগত আজি ধেমাজি স্বাস্থ্য ভৱনত এই অভিযান শুভাৰম্ভ কৰা হয়। নৱ প্ৰজন্মৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লগ...

October 15, 2025 9:20 PM

views 15

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক মাইছনাম ৰীতেন কুমাৰ সিঙক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই (চিবিআই) ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক মাইছনাম ৰীতেন কুমাৰ সিঙক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। চিবিআয়ে বিশেষ সূত্ৰৰ পম খেদি ৰুজু কৰা এটা গোচৰমৰ্মে সংস্থাটোৰ গুৱাহাটীৰ কাৰ্যালয়ত অভিযান চলা...

October 15, 2025 9:16 PM

views 31

‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক কাইলৈ সম্বৰ্ধনা

ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমইৰ বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ দিনৰ ১১ বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এই অনুষ্ঠ...

October 15, 2025 9:04 PM

views 15

মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৪৮ সংখ্যক স্মৃতি দিৱস উদযাপন

দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ৪৮ সংখ্যক স্মৃতি দিৱস আজি স্বেচ্ছাসেৱী সংগঠন ব্যতিক্ৰম গোট আৰু জয়ন্ত হাজৰিকা সৃষ্ট সুৰ বাহিনীৰ উদ্যোগত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত গুৱাহাটীস্থিত বাংলাদেশৰ উপ উচ্চায়ুক্ত জিজুল হাছান ফাহাদ, অধ্যাপক ঊষা ৰঞ্জন ভট্...

October 15, 2025 9:00 PM

views 34

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ‘শুশ্রূষা সেতু’ শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ ৰূপায়ণ

অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিধায়ক তৰংগ গগৈয়ে এই শিবিৰ উদ্বোধন...

October 15, 2025 8:58 PM

views 18

আই আই টি গুৱাহাটীত আজি নিটি আয়োগৰ সহযোগত দুদিনীয়া কৰ্মশালা

আই আই টি গুৱাহাটীত আজি নিটি আয়োগৰ সহযোগত দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, চি এফ টি এৰ সঞ্চালক, বিহাৰ আৰু পশ্চিমবংগৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু চি এফ টি এৰ সঞ্চালকে অংশগ্ৰহণ কৰে। ৰাজ্যত বিজ্ঞানৰ দ্ৰুত প্ৰসাৰৰ বাবে গৱেষণা আৰু উন্নয়নৰ সূচলতা ...

October 15, 2025 7:13 PM

views 48

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুনৰ ৩গৰাকী প্ৰৱাসী অসমীয়াৰ ভাষ্য গ্রহণ এছ আই টিৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আজি এছ আই টিয়ে পুনৰ তিনিগৰাকী প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, প্রীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকাৰ ভাষ্য গ্রহণ কৰে। এছ আই টিয়ে তিনিওজন প্রৱাসী অসমীয়াক চি আই দি কাৰ্যালয়ত সোধা-পোছা কৰে। এই সন্দৰ্ভত এছ আই টিৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্ত...