October 21, 2025 10:49 AM

views 29

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ ১ লাখ ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পূৰ্বতকৈ তিনিগুণ বৃদ্ধি হৈ ১ লাখ ৫০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ২০১৪ চনৰ পৰা দেশে থলুৱাভাৱে উৎপাদিত ৪০ খন যুদ্ধ জাহাজ আৰু ছাবমেৰিন হস্তান্তৰ কৰিছে। শ্রীমোদীয়ে কয়, যে বর্তমান ভাৰতে অধিকাংশ প্ৰতিৰক্ষা সা-সামগ্ৰী ঘৰু...

October 21, 2025 10:47 AM

views 66

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কেইবাগৰাকীও বিশ্ব নেতাৰ ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন

ভাৰতত উলহ-মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকীও বিশ্ব নেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। হোৱাইট হাউচৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে দীপাৱলী হৈছে আন্ধাৰৰ বিপৰীতে পোহৰৰ বিজয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই কয়, যে এই দী...

October 21, 2025 10:44 AM

views 52

হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোৱৰ্ধন আছৰানীৰ মুম্বাইত দেহাৱসান

হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোৱৰ্ধন আছৰানীৰ কালি মুম্বাইত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিনেতাগৰাকীয়ে কালি বিয়লি প্রায় ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শ্বোলে বোলছবিত জেইলাৰৰ চৰিত্ৰত কৰা অভিনয়েৰে জনপ্ৰিয় হৈ পৰা আছৰানীয়ে চুপকে চুপকে, ভুলভ...

October 20, 2025 7:47 PM

views 32

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ পৰা চাৰিদিনীয়া কেৰালা ভ্রমণসূচী

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ চাৰিদিনীয়া কেৰালা ভ্রমণসূচীৰ থিৰুবনন্তপুৰমত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা বুধবাৰে চবৰিমালা মন্দিৰ দৰ্শন কৰিব। শ্রীমতী মুর্মুৱে অহা বৃহস্পতিবাৰে থিৰুৱনন্তপুৰমৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ প্ৰতিমূর্তি উন্মোচন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীনাৰায়...

October 20, 2025 7:43 PM

views 38

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ কৰিছে। ৰাফাৰ সমীপত হোৱা এটা বিস্ফোৰণত ইজৰাইলী সৈনিক নিহত হোৱাৰ পাছত আজি গাজাষ্ট্ৰীপত ইজৰাইলে এলানি বিমানেৰে চলোৱা আক্ৰমণত এগৰাকী সাংবাদিককে ধৰি ১৫ ...

October 20, 2025 7:41 PM

views 36

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেলৱে ব'ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ উৎসৱৰ বতৰত যাত্ৰীসকলৰ যাতায়তৰ সুবিধা-অসুবিধাৰ বুজ লয়। শ্রীবৈষ্ণৱে ২৪ ঘণ্টাই সেৱা আগবঢ়াবলৈ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উপৰি দীপাৱলী উপলক্ষে তেওঁলোকলৈ শুভেচ্ছাও জনায়। উল্লেখযোগ্য যে, উৎসৱৰ বতৰত বৰ্দ...

October 20, 2025 7:37 PM

views 46

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহত দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচী

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহে আজি দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশগ্ৰহণ কৰি দেশবাসীক দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ড, ইজৰাইল, অস্ট্রিয়া, ব্রাজিল, ছুইজাৰলেণ্ড আৰু ইউৰোপীয় সংঘৰ দূতাৱাসে আনন্দ আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰ...

October 20, 2025 7:35 PM

views 146

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন বিগত দশকত ৩ গুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা স্পৰ্শ কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা হৈছেগৈ বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ২০১৪ চনৰ পৰা ৪০ খনতকৈও অধিক থলুৱাভাৱে নির্মিত যুদ্ধ জাহাজ আৰু ছাবমেৰিন ৰপ্তানি কৰা বুলি উল্লেখ কৰি শ্রীমোদীয়ে লগতে কয় যে, ভাৰতে এতিয়া সৰহসংখ্যক প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন দেশত...

October 20, 2025 7:26 PM

views 43

ৰাজ্য চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। আৰক্ষী প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অনুপ্ৰৱেশৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত সহযোগিতাৰে অভিযান চলাই আছে। ইয়াৰ অংশ হিচাপে আজি শ্রীভূমি জিলাৰ পৰা আটক কৰা ১৮ গৰাকী ৰোহিংগাক সীমান্তৰ সীপাৰলৈ ওভতাই পঠোৱা হৈছে। মুখ্যমন...

October 20, 2025 7:23 PM

views 19

কার্বি আংলং জিলাৰ ডিফু ডিলাজি বিৰলাত অনুষ্ঠিত কাৰ্বি লোকগীতৰ কৰ্মশালাৰ সামৰণি

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সংস্কৃতি কেন্দ্ৰৰ উদ্যোগত আৰু ৰাছিঞ্জা আছঙৰ সহযোগত ডিফু ডিলাজি বিৰলাত ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত কাৰ্বি লোকগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। চাৰিদিনীয়া এই কর্মশালাত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গোৱা বিশেষ লোকগীত কাছাৰহেৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাৰ্বি আংলঙৰ লগতে বিশ্বনাথ আৰু...