October 21, 2025 11:51 AM

views 67

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ বাবে মনোনয়ন আহ্বান

অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ বাবে মনোনয়ন আহ্বান কৰিছে। বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হয়। এগৰাকী ব্যক্তিয়ে নিজকে বা আন এগৰাকী ব্যক্তিক এই সন্মানৰ বাবে মনোনীত কৰিব পাৰে। assamcivilianawards.assam.gov.in প'ৰ্টেল...

October 21, 2025 11:48 AM

views 16

ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণত অনিয়মৰ অভিযোগ কৰি কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ

ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰি যোৰহাটৰ সাংসদ তথা অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত শ্রী গগৈয়ে যোৰহাট ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণক কাম কাজ লেহেমীয়া হোৱাৰ ফলত উজ...

October 21, 2025 11:41 AM

views 36

আৰক্ষী স্মৃতি দিৱসত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি আৰক্ষীৰ শীর্ষ বিষয়াসকলেও শ্রদ্ধাঞ্জলি জনায়।...

October 21, 2025 11:35 AM

views 38

বাক্সা জিলাৰ নিকাছি কাৰাগাৰত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত আৰু দুজন লোকক গ্ৰেপ্তাৰ

বাক্সা জিলাৰ নিকাছি কাৰাগাৰত সংঘটিত হিংসাত্মক ঘটনাৰে জড়িত আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্রতীম বৰুৱাই জনোৱা মতে হিংসাত্মক ঘটনাৰে জড়িত মুঠ ১১ জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা ১৫ অক্টোবৰত জুবিন গাৰ্গৰ মুত্যুৰ সৈতে জড়িত মূল অভিযুক্ত শ্যা...

October 21, 2025 11:34 AM

views 45

জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিনক্ষেত্র হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গার্গৰ প্রকাশ

 সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্র নির্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, অভিনেতা প্রাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কর্য শিল্পী বীৰেন সিংহ, সংগীত শি...

October 21, 2025 11:28 AM

views 22

ডিচেম্বৰৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা প্ৰকাশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

অহা ডিচেম্বৰৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ৩২ কিলোমিটাৰ এলিভেটেড কৰিড'ৰ আৰু ৰা...

October 21, 2025 11:25 AM

views 91

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন পর্যটনস্থলীক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ কৰিছে। ড'নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰা মতে কাজিৰঙা, জিৰ', ছ'হৰা, ঠেনজল, মাতাবাৰী, কিছামা, নামছি আৰু মৈৰাঙক বিশ্বমানৰ পৰ্...

October 21, 2025 11:01 AM

views 53

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি নিশা নবী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল স্পর্টছ একাডেমীত অনুষ্ঠিত এখন খেলত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই ৪৮ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০২ ৰান কৰে। দলৰ হৈ হাছিনি পেৰেৰাই সৰ্বাধিক ৮৫ ৰ...

October 21, 2025 10:57 AM

views 56

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'...

October 21, 2025 10:55 AM

views 129

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ জৰিয়তে চৰকাৰে ষ্টেচনাৰী সামগ্ৰীসমূহত কৰ ৰেহাই ঘোষণা ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে

দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সুবিধা হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২২ ছেপ্তেম্বৰত জি এছ টি সঞ্চয় উৎসৱৰ ঘোষণা কৰিছিল। জি এছ টি সংস্কাৰৰ পাছত ষ্টেচনাৰী সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাত সাধাৰণ শ্ৰেণীৰ লোক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল কিদৰে উপকৃত হৈছে সেই সন্দৰ্ভত আজি আলোকপাত কৰিবলৈ লোৱা হৈছে। পৰৱৰ্তী প্...