October 20, 2025 7:19 PM

views 24

মাজুলীৰ দৰিয়াদুবিৰ পাৰত ৪ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন

মাজুলীৰ দৰিয়াদুবিৰ পাৰত অহা ৪ নৱেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। অঞ্চলটোৰ যুৱ সমন্বয় কৃষ্টি সংঘই অস্থায়ী মঞ্চত যোৱা ছবছৰ ধৰি আয়োজন কৰি অহা এই ৰাসলীলা এইবাৰ অসমীয়াৰ স্বভিমানস্বৰূপ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গা কৰা হ'ব। উল্লেখযোগ্য যে শিল্পী জুবিন...

October 20, 2025 7:13 PM

views 21

গুৱাহাটীৰ নাৰেংগী সেনা চাউনীত সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ দীপাৱলী উদযাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। এই উপলক্ষে দিয়া এটা বার্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্...

October 20, 2025 6:59 PM

views 22

ডিচেম্বৰ-জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

অহা ডিচেম্বৰৰ পৰা জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা জানিবলৈ দিয়ে। ইপিনে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে...

October 20, 2025 6:33 PM

views 18

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰদ্বাৰা ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ ছাত্রীনিবাসৰ উদ্বোধন

শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ এটা ছাত্রীনিবাসৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নির্মাণ কৰা এই ছাত্রীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বর্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নির্মাণৰো অনুমোদন দ...

October 20, 2025 6:27 PM

views 18

বিশ্বনাথ জিলাৰ বগুৰিগুৰিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন সুৰাভর্তি ট্রাক জব্দ

বিশ্বনাথ জিলাৰ বগুৰিগুৰিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত আৰক্ষীয়ে এখন সুৰাভর্তি ট্রাক জব্দ কৰে। অৰুণাচল প্ৰদেশৰ পৰা মণিপুৰলৈ সুৰাখিনি নিয়াৰ সময়তে বিশ্বনাথ আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষীয়ে এই যুটীয়া অভিযান চলায়। জব্দ কৰা সুৰাখিনিৰ বজাৰমূল্য প্রায় ৩০ লাখ টকা হ'ব বুলি সদৰি কৰাৰ লগতে অধিক তথ্যৰ বাবে আ...

October 20, 2025 6:08 PM

views 68

পবিতৰা অভয়াৰণ্য ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য অহা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ ৰাজ্য চৰকাৰৰ বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে বানপানীৰ সময়ছোৱাত ক্ষয়-ক্ষতি হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি ইতিমধ্যে মে...

October 20, 2025 6:03 PM

views 28

ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন

ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ গহীয়াত আজিৰে পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ৬৭ সংখ্যক কালীপূজা উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে, এই পূজাত...

October 20, 2025 5:54 PM

views 45

জাপান ইন’ভেচন পার্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেম’ক্রেটিক পার্টীৰ প্ৰতি সমর্থনেৰে মিত্রজোঁটৰ চৰকাৰত অংশগ্ৰহণৰ সিদ্ধান্ত

ইছিন হিচাপে পৰিচিত জাপান ইন'ভেচন পার্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেম'ক্রেটিক পার্টীৰ প্ৰতি সমর্থনেৰে মিত্রজোঁটৰ চৰকাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। সন্মিলিত চৰকাৰখনৰ প্ৰতি সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত ব্যক্তি কৰি জাপান ইন'ভেচন পার্টীয়ে কয়, যে দলটো এল ডি পিৰ সৈতে মিত্ৰতাৰ বাবে প্রস্তুত হৈ উঠিছে। দলটোৰ এ...

October 20, 2025 5:47 PM

views 140

এছিয়ান ডেভেলপমেন্ট বেংকৰ বিশ্ব বেংকৰ সৈতে ৩ বিলিয়ন মার্কিন ডলাৰৰ চুক্তিত স্বাক্ষৰ

এছিয়ান ডেভেলপমেন্ট বেংক- ADBয়ে নিজৰ বিকাশশীল সদস্যসকলৰ বাবে ADB ঋণৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিশ্ব বেংকৰ সৈতে ৩ বিলিয়ন মার্কিন ডলাৰৰ এখন চুক্তিত স্বাক্ষৰ কৰিছে। বেংকটোৱে আজি জনোৱা মতে বিশ্ব বেংকৰ সৈতে হোৱা এনেধৰণৰ এইখন হৈছে প্ৰথমখন চুক্তি। ২০২০ চনৰ পৰা বহুপক্ষীয় বিকাশ বেংকসমূহৰ সৈতে এনেধৰণৰ ছখন চুক্তি স...

October 20, 2025 5:41 PM

views 66

পাকিস্তানী সশস্ত্র বাহিনীয়ে বেলুচিস্তানত কমেও ১৮ জন লোকক আটক কৰি অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে

পাকিস্তানী সশস্ত্র বাহিনীয়ে শেহতীয়াকৈ বেলুচিস্তানৰ কোৱেটা, পঞ্জগুৰ, খাৰন আৰু মাস্তুং জিলাত এলানি অভিযান চলাই শিক্ষার্থীকে ধৰি কমেও ১৮ জন লোকক আটক কৰি অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে। স্থানীয় সংবাদ মাধ্যমে এই সন্দৰ্ভত প্ৰকাশ কৰি কয়, যে কোৱেটাৰ ব্ৰেৱাৰী এলেকাত যোৱা শুকুৰবাৰে নিশা অভিযান চলাই সশস্ত্র বা...