October 21, 2025 7:10 PM

views 45

আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ শ্রদ্ধা নিবেদন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি শ্রদ্ধা নিবেদন কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আৰক্ষী কৰ্মীসকলৰ অভূতপূর্ব প্রতিশ্রুতিবদ্ধতা সন্মানৰ উৎস স্বৰূপ। তেওঁ কয়, যে যি...

October 21, 2025 7:03 PM

views 53

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্যঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। আৰক্ষীৰ স্মৃতি দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত ছহিদসকলৰ প্রতি শ্রদ্ধার্ঘ্য নিবেদন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়,...

October 21, 2025 7:00 PM

views 92

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান-বাহন খণ্ডৰ বাবে যথেষ্ট কৰ সকাহৰ ঘোষণা কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জি এছ টি অর্থাৎ সামগ্রী আৰু সেৱা কৰ সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰত আৰম্ভ হৈছে। ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক লাভান্বিত হৈছে। দেশৰ যান-বাহন খণ্ডৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত জি এছ টি সংস্কাৰৰ সুফল দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান-...

October 21, 2025 6:55 PM

views 62

ছানায়ে টাকাইচিক জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন

জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইচিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন কৰিছে। লিবাৰেল ডেম'ক্রেটিক পার্টীৰ নেত্রী টাকাই চিয়ে পুৰণি মিত্ৰদল কমেইট'ৰ পৰা পৃথক হোৱাৰ পাছত জাপান ইন ইন'ভেচন পার্টী- জে আই পিৰ সৈতে এখন নতুন চৰকাৰ গঠন কৰিব। তেওঁ আজি বিয়লি আনুষ্ঠানিকভাবে প্রধ...

October 21, 2025 6:47 PM

views 57

বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৮ নৱেম্বৰত ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

বিত্তমন্ত্রী নির্মলা সীতাৰমনে অহা ৮ নৱেম্বৰত বিশ্বনাথ জিলাৰ ভোলাগুৰিত প্ৰথম অসমীয়া চলচ্চিত্র জয়মতী নির্মাণস্থলীত ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্রায় ৭৪০ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয়খনৰ বাবে অসম চৰকাৰে প্ৰথম পর্যায়ত ৩৫০ কোটি টকা ব্যয় কৰিব। উল...

October 21, 2025 6:40 PM

views 19

আৰক্ষী স্মৃতি দিৱসত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া...

October 21, 2025 6:34 PM

views 61

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ ছিংগাপুৰ আৰক্ষীৰে আলোচনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য সংগ্ৰহ কৰে। ছিংগাপু...

October 21, 2025 7:23 PM

views 26

জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাচীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কুৱেৰী লক্ষ্মী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে...

October 21, 2025 11:59 AM

views 35

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ বৈঠক

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হৈছে। এছ আই টিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলৰে গঠিত দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিনৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য গ...

October 21, 2025 11:55 AM

views 19

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ ধেমাজি ঔদ্যোগিক প্রশিক্ষণ কেন্দ্রত এটা ছাত্রাবাসৰ শিলান্যাস

শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি অভিযান্ত্রিক বিদ্যালয়ৰ এটা ছাত্রীনিবাসৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নিৰ্মাণ কৰা এই ছাত্রীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বর্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নির্মাণৰো অনুমোদন ...