October 22, 2025 12:04 PM

views 115

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদানৰ বাবে বিজেপিৰ ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে আজিৰে পৰা বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্ৰা আৰম্ভ কৰিব। আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ শাসকীয় দলটোৱে এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র...

October 22, 2025 11:57 AM

views 67

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব: মুখ্যমন্ত্ৰী

● ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় গাঁও...

October 21, 2025 8:04 PM

views 25

মধ্য ৰে’লৱেৰ ১৯ ছেপ্তেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ১৯৯৮ খন দেৱালী বিশেষ ৰে’লৰ চলাচল

মধ্য ৰে'লৱেই ১৯ ছেপ্তেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষণ আৰু আৰক্ষণ বিহীন ১৯৯৮ খন দেৱালী বিশেষ ৰে'ল চলাচল কৰাইছে। ইয়াৰ ভিতৰত মুম্বাইৰ পৰা ছশৰো অধিক ৰে'ল বিভিন্ন ৰাজ্যলৈ চলাচল কৰোৱা হৈছে। মুম্বাই অঞ্চলৰ পৰা প্ৰতিদিনে প্রায় ১০০ খন নিয়মীয়া আৰু ৮-১০ খন বিশেষ ৰে'ল চলাচল কৰোৱা হৈছে। ম...

October 21, 2025 7:59 PM

views 36

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ’ আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ' আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে। জনপ্রিয় গায়ক ডলেৰ মেহন্দীয়ে প্রতিযোগিতাৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে আৰু লগ'টোত গোৱাৰ সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলগত চিন্তা-ধাৰা আৰু নেতৃত্বৰ গুণসমূহ ছাত্র...

October 21, 2025 7:49 PM

views 86

বুধবাৰে নতুন দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন

নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। অপাৰেচন সিন্দুৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূর্ণ হৈ উঠিছে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেবিনেট সচিবে নৌ সেনাবাহীনৰ কমাণ্ডাৰসকলক উদ্দেশি ভাষণ দিব আ...

October 21, 2025 7:43 PM

views 61

সমগ্র বিশ্ব ভালেমান বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দাবী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্র বিশ্ব ভালেমান বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি দাবী কৰিছে। দেৱালী উপলক্ষে দেশৰ জনসাধাৰণলৈ লিখা এখন পত্রত শ্রী মোদীয়ে কয়, যে ভাৰত অদূৰ ভবিষ্যতে বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যবস্থা হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বিকশিত আৰ...

October 21, 2025 7:35 PM

views 27

কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰখেলীয়া ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে

টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্য ছাওখাট গাঁও পঞ্চায়ত আজি কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই বৰখেলীয়া ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত মধ্য ছাওখাট গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল বৰঠাকুৰ, টীয়ক মণ্ডল বিজেপিৰ সভানেত্রী মনমী তামুলীকে ধৰি ভালেসংখ্যক লোকে অংশগ্রহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আ...

October 21, 2025 7:33 PM

views 124

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্রস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্রস্তুতি অব্যাহত আছে। নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ হ'বলগীয়া ৰাস মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰা হয়। এই মহোৎসৱৰ অংশ হিচাপে অহা ৬ নৱেম্বৰত ১০ হাজাৰ শিল্পীয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিবেশন কৰি শ্রদ্ধা নিবেদ...

October 21, 2025 7:27 PM

views 142

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য বৃহস্পতিবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য পৰহিলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্রাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি ...

October 21, 2025 7:25 PM

views 56

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী স্মৃতি দিৱস পালন

ৰাজ্যৰ বিভিন্ন স্থানত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্রাণ আহুতি দিয়া আৰক্ষীলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। হাটশিঙিমাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। জিলা আৰক্ষী অধীক্ষক হৰেণ টকব্বীয়ে আৰক্ষীৰ স্মৃতি দিৱস সম্পর্কে আলোকপাত কৰে। তিনিচুক...