October 24, 2025 9:19 PM

views 23

ভূৱনেশ্বৰত আয়ুৰ্বেদৰ জৰিয়তে যকৃত, অগ্ন্যাশয়, পিত্তাশয়জনিত আদি ৰোগ সন্দৰ্ভত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ভূৱনেশ্বৰত আয়ুৰ্বেদৰ জৰিয়তে যকৃত, অগ্ন্যাশয়, পিত্তাশয়জনিত আদি ৰোগ সন্দৰ্ভত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। আয়ুৰ্বেদত বৈজ্ঞানিক প্রণালী আৰু অধিক সমৃদ্ধ কৰাই হৈছে এই সন্মিলনৰ মুখ্য উদ্দেশ্য। এই দুদিনীয়া সন্মিলনে যকৃৎ আৰু পিত্তনলীজন...

October 24, 2025 9:16 PM

views 38

ৰাজস্থানৰ জয়ছলমেৰৰ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজস্থানৰ জয়ছলমেৰৰ সেনা কমাণ্ডাৰসকলৰ সন্মিলনত অধ্যক্ষতা কৰে। সেনা কমাণ্ডাৰসকলৰ সন্মিলন সেনাবাহিনীৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে সুৰক্ষা পৰিস্থিতিৰ মূল্যায়ন, পৰিচালন অগ্ৰাধিকাৰ সম্পৰ্কে আলোচনা কৰা আৰু গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত গ্ৰহণৰ এখন উচ্চ পৰ্যায়ৰ প্রতিষ্ঠানগত মঞ...

October 24, 2025 9:12 PM

views 34

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰীঃ ৰাষ্ট্ৰপতি

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰী বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে মন্তব্য কৰিছে। কেৰালাৰ এনাকুলামত আজি ছেইণ্ট টেৰেছা মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মৱে কয় যে মহিলাৰ নেতৃত্বৰ ...

October 24, 2025 9:07 PM

views 57

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাক উদ্দেশি দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মত ব্যক্ত কৰে। অনুষ্ঠানত নিয়োগ মেলা উদ্যমৰ অধীনত বিভিন্ন চৰকাৰ...

October 24, 2025 6:49 PM

views 45

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ দেহাৱসান

যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব ইন্দ্ৰজিৎ‍ কুমাৰ বৰুৱাৰ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ। যোৰহাটৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰয়াত ইন্দ্ৰজিৎ বৰুৱাৰ নশ্বৰ দেহত যোৰহাট প্ৰেছ ক্লাবকে ধ...

October 24, 2025 6:47 PM

views 37

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীক লৈ জাৰি কৰা নিৰ্দেশনা আজিৰে পৰা প্ৰযোজ্য হৈছে। ডিমৰীয়া সম-জিলাৰ আয়ুক্ত বিশ্বজিৎ শ‍ইকীয়াই এই সন্দৰ্ভত কয়, যে জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৱিত্ৰতা আৰু শৃংখলা বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি...

October 24, 2025 6:43 PM

views 56

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আত্মসহায়ক গোটৰ ১৩,১৩৯ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শিলচৰৰ পুলিচ পেৰেডগ্ৰাউণ্ডত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শিলচৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৩ হাজাৰ ১৩৯ গৰাকী মহিলাক চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি প্ৰস্তাৱিত ২০৮ খন বিচনা...

October 24, 2025 6:36 PM

views 54

সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশ গ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন বিভাগত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এটা ভিডিঅ' বার্তাযোগে কয়, যে নিয়োগ মেলা হৈছে দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ এটা মাধ্যম। প্রধানম...

October 24, 2025 6:35 PM

views 42

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে

সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এ আৰু মিত্ৰজোটে দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত একাধিক সভাত ভাগ লৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ বাবে সমষ্টিপুৰত এখন নিৰ্বাচনী সমাবেশেৰে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ প্ৰচাৰ আৰ...

October 24, 2025 6:33 PM

views 18

লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন

লোকসেৱা সজাগতা অভিযান-সবকী যোজনা-সবকী বিকাশ বিষয়ত আধাৰিত লোকসেৱা জাগৰণৰ ২ মিনিটৰ ছুটি ছবিখন আজিৰে পৰা ৬ নৱেম্বৰলৈ দেশৰ সকলো ছবিগৃহত প্ৰদৰ্শন কৰা হব। পঞ্জায়তীৰাজ মন্ত্ৰালয়ে এক বিবৃতিযোগে জনাই যে ইয়াৰ বিষয়বস্তু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ দৃষ্টিভ...