October 25, 2025 12:00 PM

views 48

সোণাপুৰৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত কালি নিশা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিকূল বতৰৰ মাজতো নিশা পর্যন্ত বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰে। ইফালে চৰকাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্রকলৈ জাৰি কৰ...

October 25, 2025 11:53 AM

views 71

শিৱসাগৰৰ কোনো কোনো অঞ্চলত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি

শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলা প্রশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩,ৰ ১৬৩ নম...

October 25, 2025 11:50 AM

views 44

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন

বহু জল্পনা-কল্পনা, প্রতীক্ষা, বাদ-বিসম্বাদৰ অন্তত কালি সুদীৰ্ঘ ২২ বছৰৰ মূৰত গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ কালি ১ নম্বৰ...

October 25, 2025 11:46 AM

views 65

কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত ড০ শৰ্মাই লাবক খেলপথাৰত লক্ষীপুৰ বিধান...

October 25, 2025 11:36 AM

views 30

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৫ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি

পৰিসংখ্যা আৰু ৰূপায়ণ মন্ত্ৰালয়ে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৫ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। জনসাধাৰণে অহা তিনি নৱেম্বৰ পৰ্যন্ত নিজৰ মতামত আৰু পৰামৰ্শ মন্ত্ৰ্যালয়লৈ নির্দিষ্ট ৱেবছাইটত প্ৰেৰণ কৰিব পাৰিব। পৰামৰ্শসমূহ ই-মেইল যোগেও প্ৰেৰণৰ সুবিধা আছে। এই খচ...

October 25, 2025 11:32 AM

views 59

সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগলৈ ওড়িশা চৰকাৰৰ বিশেষ সতর্কতা জাৰি

ওড়িশা চৰকাৰে বংগোপসাগৰত অহা সোমবাৰলৈকে আহিবলগীয়া সম্ভাব্য ঘূর্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সকলো জিলা প্ৰশাসন আৰু বিভাগসমূহলৈ বিশেষ সতর্কতা জাৰি কৰিছে। ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে প্ৰকাশ কৰা মতে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী মজুত কৰ...

October 25, 2025 11:27 AM

views 137

এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনি, এন পি এছ আৰু সংহত পেন্সন আঁচনি ইউ পি এছৰ অন্তর্গত এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। বেচৰকাৰী গ্ৰাহকৰ বাবে থকা বিনিয়োগৰ বিকল্পৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও তেওঁলোকৰ বাবে দীৰ্ঘদিন ধৰি...

October 24, 2025 9:28 PM

views 23

দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ প্রায় ৪৫০ কোটি আমেৰিকান ডলাৰ বৃদ্ধি পাই ৭২ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে

দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ প্রায় ৪৫০ কোটি আমেৰিকান ডলাৰ বৃদ্ধি পাই ৭২ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সাপ্তাহিক পৰিসংখ্যা অনুসৰি যোৱা সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা সোণৰ পৰিমাণ ৬১৮ কোটি ডলাৰ বৃদ্ধি পাই ১০ হাজাৰ ৮০০ কোটি ডলাৰ হয়গৈ।

October 24, 2025 9:26 PM

views 66

জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয...

October 24, 2025 9:23 PM

views 43

কাইলৈ ছিদনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত এদিনীয়া তৃতীয় তথা অন্তিমখন খেল কাইলৈ ছিদনীত অনুষ্ঠিত হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াই ইতিমধ্যে প্রথম দুখন খেলত জয়লাভ কৰি ২-০ ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। শীর্ষ বাছনিপ্রাপ্ত ভাৰতীয় দলটোৱে ৮খন খেলত জয়লাভ কৰাৰ পাছত একেৰাহে দুখন খেলত পৰাজিত হৈছে। এদি...