October 24, 2025 6:30 PM
23
অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত কেইবাগৰাকী যাত্ৰী থিতাতে নিহত
অন্ধ্ৰপ্ৰদেশৰ কুর্নুলত আজি পুৱাৰ ভাগত এখন ব্যক্তিগত যাত্রীবাহী বাছত জুই লগাৰ ফলত বাছখন সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাৰ সময়ত বাছখনে কেইবাগৰাকীও যাত্রী কঢ়িয়াই হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে গৈ আছিল। প্রায় ৪০ গৰাকী যাত্ৰী থকা বাছখনৰ পৰা ১৫ গৰাকী লোকক...