October 26, 2025 11:52 AM

views 45

গুজৰাটৰ বন বিভাগে ধ’লেৰাত জলাহ ভূমিৰ বিস্তৃতিৰে পৰিৱেশ-তন্ত্রৰ অনুকুল কামক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

যিদৰে পাহাৰ আৰু সমতলভূমিত জংঘল থাকে, সেই জংঘলে মাটিখিনি বান্ধি ৰাখে, ঠিক তেনেদৰে সাগৰৰ পাৰত থকা Mangrove অর্থাৎ জলাহ ভূমিৰো একেধৰণৰ গুৰুত্ব থাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকশবাণীৰ মন কী বাতত কয় যে জলাহ ভূমি সাগৰৰ লুণীয়া পানী আৰু জলাশয় ভূমিত বৃদ্ধি পায় আৰু সামুদ্রিক পৰিৱেশ-তত্ত্ব...

October 26, 2025 11:47 AM

views 81

ওড়িশাৰ ‘কোৰাপুট কফি’ৰ খেতিৰ সফলতা আৰু সমৃদ্ধিত প্ৰধানমন্ত্ৰী মোদীৰ আনন্দ প্ৰকাশ

ওড়িশাৰ 'কোৰাপুট কফি'ৰ সোৱাদেই কেৱল অপূর্ব নহয়, সোৱাদৰ লগতে এই কফিৰ খেতিৰ জৰিয়তে তেওঁলোকে আয়ো বৃদ্ধি কৰিছে। কোৰাপুটৰ কিছুসংখ্যক লোকৰ 'কোৰাপুট কফি'ৰ খেতি কৰাটো এক আবেগ হৈ পৰিছে। ক'ৰ্পৰেট খণ্ডৰ ভাল চাকৰি পৰিত্যাগ কৰি তেওঁলোকে এই কফিৰ খেতি কৰিবলৈ লৈছে আৰু সফলতাৰ মুখো দেখিছে। ইয়াৰ ভিতৰত বহুকেইগৰাকী মহিল...

October 26, 2025 11:42 AM

views 117

মালয়েছিয়াৰ কুৱালালামপুৰত অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। আছিয়ান শীর্ষ সন্মিলনত উদ্বোধনী অনুষ্ঠানত আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ সকলো সদস্য ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব। এই সন্মিলনত তিম'ৰ – লেষ্টেক আছিয়ান ৰাষ্ট্ৰগোষ্ঠীত ...

October 26, 2025 11:31 AM

views 32

ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন

ভাৰতীয় সেনাৰ দশকযোৰা পৰিৱৰ্তনৰ দৃষ্টিভংগীক শক্তিশালী ৰূপ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন কৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত কোনার্ক আৰু ফায়াৰ এণ্ড ফিউৰি বাহিনীৰ বাবে ডাটা চ...

October 26, 2025 12:40 PM

views 219

বন্দে মাতৰম গীত ৰচনাৰে মাতৃভূমি আৰু সন্তানৰ মাজৰ সম্পর্কক এটা মন্ত্ৰৰ ৰূপ প্রদান কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

উনৈশ শতিকাত ৰচিত 'বন্দে মাতৰম' গীতটোত হাজাৰ বছৰ পুৰণি ভাৰতীয় চেতনা নিহিত হৈ আছে। বেদত এই চেতনা বর্ণিত হৈছে পৃথিৱী মাতৃ, মই তেওঁৰ সন্তান। বংকিমচন্দ্র চট্টোপাধ্যায়ে 'ৱন্দে মাতৰম' ৰচনা কৰি মাতৃভূমি আৰু তেওঁৰ সন্তানৰ মাজৰ সম্পর্কক এটা মন্ত্ৰৰ ৰূপ প্রদান কৰিলে বুলি প্ৰধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাতত উল...

October 26, 2025 11:23 AM

views 39

জি. এছ. টি. হ্ৰাসে থলুৱা সামগ্ৰীৰ ক্ৰয় যথেষ্ট বৃদ্ধি পাইছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

জি. এছ. টি. সঞ্চয় উৎসৱক লৈ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে বুলি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰি কয় যে এইবাৰৰ উৎসৱত বজাৰত থলুৱা সামগ্ৰীৰ ক্ৰয় যথেষ্ট বৃদ্ধি পাইছে। খোৱাতেলৰ ক্ষেত্ৰত ১০ শতাংশ হ্রাস কৰাৰ আগ্ৰহ ব্যক্ত কৰাৰই ক্ষেত্ৰত জনসাধাৰণে ইতিবাচক মনোভা...

October 26, 2025 11:17 AM

views 57

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহৰ তাৰকা প্ৰচাৰকসকলে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰচাৰ অভিযানত দুয়োটা দলৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনৰ আইন শৃংখলা, নিবনুৱা সমস্যা, উন্নয়ন আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মৌখিক আক্রমণ-প্ৰতি...

October 26, 2025 12:41 PM

views 59

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫,৫৫০ টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা প্ৰকাশ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৫,৫৫০ টা নিম্ন আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক পদ দ্বিতীয়খন প্ৰাৰম্ভিক মেধা তালিকা যোৱা নিশা প্ৰকাশ কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৮০০ টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া খালী পদত নিযুক্তিৰ বাবে মুঠ ৮,৫৮১ গৰাকী...

October 26, 2025 11:58 AM

views 44

পবিত্ৰতা আৰু নীতি-নিয়ম পালনৰ দিশৰ পৰা অদ্বিতীয় ষট পূজা, সৰলতা আৰু সংযমৰ প্ৰতীক স্বৰূপঃ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

দেশৰ বিভিন্ন অংশত কালিৰে পৰা ৪ দিনীয়া ষট পূজা অনুষ্ঠিত হৈছে। সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত এই উৎসৱ প্ৰকৃতি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ আৰাধনাৰ প্ৰতীক। ভক্তসকলে পূজাৰ প্ৰথম দিনা পবিত্ৰ ব্ৰত ৰখাৰ সংকল্পৰে পবিত্ৰ স্নান সম্পন্ন কৰে আৰু পূজা আৰ্চনাৰ অন্তত আৰৱা চাউলৰ আহাৰ আৰু জাতিলাও চবজী গ্ৰহণ কৰে। প্ৰধানমন্...

October 25, 2025 12:03 PM

views 19

নলবাৰীত আজিৰে পৰা ২৫ সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক শাখা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা শাখাৰ সহযোগত আজিৰে পৰা ২৫ সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হ'ব। নলবাৰী নগৰৰ সমীপৰ মাজদিয়াত অৱস্থিত জিলা শাখাৰ নামঘৰত ইতিমধ্যে এই নাট সমাৰোহৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই ...