জি. এছ. টি. সঞ্চয় উৎসৱক লৈ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে বুলি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰি কয় যে এইবাৰৰ উৎসৱত বজাৰত থলুৱা সামগ্ৰীৰ ক্ৰয় যথেষ্ট বৃদ্ধি পাইছে। খোৱাতেলৰ ক্ষেত্ৰত ১০ শতাংশ হ্রাস কৰাৰ আগ্ৰহ ব্যক্ত কৰাৰই ক্ষেত্ৰত জনসাধাৰণে ইতিবাচক মনোভাৱ ব্যক্ত কৰৰ কথা তেওঁ প্ৰকাশ কৰে।
Assamese | October 26, 2025 11:23 AM | Mann Ki Baat
জি. এছ. টি. হ্ৰাসে থলুৱা সামগ্ৰীৰ ক্ৰয় যথেষ্ট বৃদ্ধি পাইছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ