October 27, 2025 11:31 AM

views 67

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে সাজু ন্যায়িক আয়োগ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে ...

October 27, 2025 11:27 AM

views 20

ৰাজ্যৰ কেইবাখনো জিলাত ৰাজ্য চৰকাৰৰ শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি অনুষ্ঠিত হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। কাজিৰঙ...

October 27, 2025 10:58 AM

views 194

নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হ'ব। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নাম...

October 26, 2025 9:00 PM

views 55

চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ দুটা সোণৰ পদক অর্জন

ভাৰতে চীনৰ চেংডুঙত অনুষ্ঠিত ১৭ আৰু ১৫ বছৰ অনুর্ধ এছিয়া বেডমিন্টন প্রতিযোগিতাত দুটা সোণৰ পদক অর্জন কৰিছে। ভাৰতৰ চাইনা মানিমুগ্ধই আজি ছোৱালীৰ ১৫ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত জাপানৰ ছিহাৰু ট'মিতাক ২১-১৪, ২২-২০ গেমত পৰাভূত কৰে। একেদৰে দীক্ষা সুধাকৰে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত ভাৰতৰে আন এগৰাকী...

October 26, 2025 8:57 PM

views 93

অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীত মন্থা ঘূর্ণি বতাহজাকৰ বাবে সতর্কতামূলক ব্যবস্থা গ্রহণ

দক্ষিণ পূৱ বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নছাপ কাইলৈৰ ভিতৰত ঘূর্ণি বতাহলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সকিয়াই দিছে। ঘূর্ণি বতাহজাক উত্তৰ-পশ্চিম দিশে গতি কৰাৰ আৰু মঙলবাৰৰ ভিতৰত প্ৰৱল ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীয়ে মন্থা নামৰ এই ঘূর্ণি বতাহজ...

October 26, 2025 8:53 PM

views 34

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মুম্বাইৰ মাজগাওঁ বন্দৰত গভীৰ সমুদ্ৰত মাছ ধৰা অত্যাধুনিক জাহাজ বিতৰণ কৰিব

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইৰ মাজগাওঁ বন্দৰত গভীৰ সমুদ্ৰত মাছ ধৰা অত্যাধুনিক জাহাজ বিতৰণ কৰিব। সমবায় ভিত্তিত গভীৰ সমুদ্ৰত মাছধৰাৰ ক্ষেত্ৰখনৰ বাবে ই ঐতিহাসিক মাইলৰ খুটিৰূপে পৰিগণিত হ'ব। এই কার্যই মীন পালন খণ্ডত আত্মনিৰ্ভৰশীলতা, নিৰন্তৰতা আৰু সমবায়সমূহক সৱলীকৰণৰ প্ৰতি চৰকা...

October 26, 2025 8:49 PM

views 116

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিভিন্ন বাহনৰ ওপৰত আৰোপিত কৰ কৰ্তনৰে যান-বাহন খণ্ডক সকাহ প্রদান কৰিছে

যোৱা ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমগ্ৰ দেশৰ নাগৰিকসকল উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিভিন্ন বাহনৰ ওপৰত আৰোপিত কৰ কৰ্তন আৰু ব্যৱহাৰকাৰীসকলৰ বাবে আহ-যাহৰ সুবিধা সূচল কৰি যান-বাহন খণ্ডক সকাহ প্রদান কৰিছে। নতুন কৰ পৰিকাথামোৰ অধীনত ৩৫০ চিচি পর্যন্ত ইঞ্জিন বিশিষ...

October 26, 2025 8:45 PM

views 33

৩১ অক্টোবৰত দেশজুৰি হ’বলগীয়া একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান

অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তীৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই উপলক্ষে প্ৰতি বছৰে গুজৰাটত থকা একতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবাৰো বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে সেই স্থানত পেৰেডৰ লগতে ভাৰতীয় কুকুৰৰ স...

October 26, 2025 8:37 PM

views 48

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীর্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে আজি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্রায় এক চতুর্থাংশ জনসংখ্যাক প্রতিনিধিত্ব কৰে। তেওঁ কয়, যে ভাৰত আৰু আছিয়া...

October 26, 2025 8:34 PM

views 16

ষট পূজা উপলক্ষে দেশবাসীক ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ ওলগ

দেশৰ বিভিন্ন অংশত কালিৰে পৰা চাৰিদিনীয়াকৈ ষট মহাপর্ব অনুষ্ঠিত হৈছে। কালি "নহাই-খাই" অনুষ্ঠানেৰে এই উৎসৱৰ আৰম্ভণি হয়। আজি দ্বিতীয় দিনা খৰনা পূজা সম্পন্ন কৰা হ'ব। প্ৰকৃতিৰ পূজা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতীক সূৰ্য দেৱতাৰ নামত এই উৎসৱ উচৰ্গা কৰা হয়। ভক্তসকলে আজি সূর্যাস্তৰ পাছত খৰনা প্ৰসাদ গ্রহণ কৰি ...