October 26, 2025 8:23 PM

views 35

প্ৰফেছৰ জয়ন্ত বিষ্ণু নার্লিকাৰক মৰনোত্তৰভাৱে বিজ্ঞান ৰত্ন সন্মানেৰে বিভূষিত

চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰসমূহ ঘোষণা কৰা হৈছে। প্ৰফেছৰ জয়ন্ত বিষ্ণু নার্লিকাৰক মৰনোত্তৰভাৱে বিজ্ঞান ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছে। ৮ গৰাকী বিজ্ঞানীলৈ বিজ্ঞানশ্রী বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞান যুৱ শিতানত অধীনত বিভিন্ন শাখাত ১৪ গৰাকী যুৱ বিজ্ঞানীক বাচনি কৰা হৈছে।

October 26, 2025 8:10 PM

views 25

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন সন্দর্ভত যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ মাজত বৈঠক

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন তথা সাম্প্রতিক জনগোষ্ঠীয় কার্যপ্রণালীক পাৰস্পৰিক সহযোগিতা সন্দর্ভত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতাসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। সভাৰ পাছত এখন সংবাদমেলত পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন ব...

October 26, 2025 8:04 PM

views 63

সতর্কতা, আমাৰ সামূহিক দায়বদ্ধতা- বিষয়বস্তুৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সতর্কতা সজাগতা সপ্তাহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ সতর্কতা সজাগতা সপ্তাহ পালন কৰিব। এই বছৰ এই সপ্তাহৰ বিষয়বস্তু হৈছে সতর্কতা, আমাৰ সামূহিক দায়বদ্ধতা। কেন্দ্রীয় সতর্কতা আয়োগৰ নিৰ্দেশ অনুসৰি ৰে'লৱেই সমগ্ৰ মণ্ডলটোত প্ৰতিৰোধমূলক সতর্কতা ব্যবস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ১৮ আগষ্টৰ পৰা ১৭ নৱেম্বৰলৈ অভিয...

October 26, 2025 7:53 PM

views 19

নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আজি ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভকৰে। ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ ৮ কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কার্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্...

October 26, 2025 7:49 PM

views 62

অৰুণাচল আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ নামচাইত ৰাজ্যখনৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আজি পুৱা আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। সদস্যজন তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ বাসিন্দা অনুপম দহোটিয়া ওৰফে থাউচেন অসম বুলি জানিব পৰা গৈছে। সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে ১৭অক্টোবৰত তিনিচুকীয়াৰ কাকপথাৰৰ সেনাবাহিনীৰ...

October 26, 2025 7:42 PM

views 43

গোলাঘাট জিলাৰ মেৰাপানীত শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। বিত্ত মন্ত্...

October 26, 2025 7:32 PM

views 57

২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২৫ নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্রতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিবেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন...

October 26, 2025 7:12 PM

views 30

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ; মহানগৰীত যানবাহন চলাচলত প্ৰশাসনৰ নীতি-নির্দেশনা জাৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ অন্যতম প্রাচীন উৎসৱ ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নির্দেশনাসমূ...

October 26, 2025 7:05 PM

views 27

মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকৰ গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন

মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত আজি গুৱাহাটীৰ ৩৪ গৰাকী জ্যেষ্ঠ নাগৰিকে গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূৰ্যপাহাৰ দৰ্শন কৰে। তীর্থযাত্রীসকলে শ্রীসূৰ্যপাহাৰ দৰ্শন কৰি অভিভূত হৈ পৰা বুলি আকাশবাণীৰ আগত প্রকাশ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ সহযোগত জ্যেষ্ঠ নাগৰিকসকলক কম খৰচতে...

October 26, 2025 6:57 PM

views 34

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছেঃ অতুল বৰা

ৰাজ্যখনৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল-সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমর্থন আছে বুলি দলৰ সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে দীর্ঘদিন ধৰি জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। এই দাবীৰ প্...