October 27, 2025 6:14 PM

views 54

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্রকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, ...

October 27, 2025 12:19 PM

views 31

২০২৬ বৰ্ষক আছিয়ান ভাৰত সামুদ্রিক সহযোগিতা বর্ষ হিচাপে ঘোষণা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আছিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীৰ্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে কালি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্ৰায় এক চতুর্থাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। তেওঁ কয়, যে ভা...

October 27, 2025 12:18 PM

views 44

ছেচেইলছৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীৰ শপতগ্রহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি ছেচেইলছৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। দুদিনীয়া ভ্রমণসূচীৰে ছেচেইলছলৈ যোৱা উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে দেশখনত মৰিচাচৰ প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ভাৰত আৰু মৰিচাচৰ ম...

October 27, 2025 12:17 PM

views 48

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত নিৰ্বাচনী বিষয় প্ৰদৰ্শন-মতামত সমীক্ষা নিষিদ্ধ

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ৪৮ ঘণ্টীয়া মৌনতাৰ সময়ছোৱাত নিৰ্বাচনী বিষয় প্ৰদৰ্শন আৰু মতামত সমীক্ষা নিষিদ্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰচাৰ মাধ্যম কৰ্তৃপক্ষলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কয়, যে টিভি, ৰেডিঅ', চেনেল আৰু কেব’ল নেটৱৰ্কসমূহে এই কথা নিশ্চিত কৰিব লাগিব যাতে এই...

October 27, 2025 12:16 PM

views 25

ৰাঁচীত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ চেম্পিয়নৰ খিতাপ দখল

ৰাঁচীৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰি আঞ্চলিক এথলেটিকত আধিপত্য পুনৰ নিশ্চিত কৰে। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাখনত ভাৰতে ২০টা সোণসহ মুঠ ৫৮টা পদকেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ১৬টা সোণসহ মুঠ ৪০টা পদকেৰে শ্ৰীলংকা দ্বিতী...

October 27, 2025 11:58 AM

views 78

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন, জনসাধাৰণলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰশুভেচ্ছা জ্ঞাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাৰ বিহালী, ...

October 27, 2025 11:56 AM

views 134

আগৰতলা-শিলচৰৰ মাজত কাইলৈৰ পৰা পুনৰ বিমান সেৱা

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ হ'ব। কালি সন্ধিয়া আগৰতলা আৰু পশ্চিমবংগৰ বাগড’গ্ৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আগৰতলাৰ সহকাৰী মহাপ্ৰবন্ধক এছ হাউকিপ জেম্পুৱে কয়, যে এয়াৰ ইণ্ডিয়া এক্সপ্রেছে আগতৰতলাৰ মহাৰজা বীৰ বিক্ৰম ব...

October 27, 2025 11:55 AM

views 12

নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ৮ কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কার্য সম্পন্ন কৰিবলৈ লৈছে। জল...

October 27, 2025 11:53 AM

views 25

মণিপুৰৰ বিভিন্ন জিলাৰ পৰা নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ ছজন সদস্যক আটক, অস্ত্ৰ-গুলী জব্দ

মণিপুৰত সুৰক্ষা বাহিনীয়ে কালি বিভিন্ন জিলাৰ পৰা নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ ছজন সদস্যক আটক কৰাৰ লগতে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ জব্দ কৰে। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে কাকচিং, পশ্চিম ইম্ফল আৰু থৌবাল জিলাৰ পৰা আটক কৰা উগ্ৰপন্থীকেইজন কাংলেইপাক কমিউনিষ্ট পার্টি, পিপ্‌লছ ৰিভ’লিউচনেৰী প...

October 27, 2025 11:52 AM

views 119

অহা ১২-২২ ডিচেম্বৰলৈ ডিব্ৰুগড় গ্ৰন্থমেলা, প্ৰাইজমানী কুইজ প্রতিযোগিতাৰ আয়োজন

ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ সৌজন্যত অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া চতুর্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত হৰিশ চন্দ্ৰ বাগ্‌চি সোঁৱৰণী প্ৰাইজমানী কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ প্ৰথমগৰাকী অধিবক্তা তথা ইংৰাজী বিষয়ৰ শিক্ষক হৰিশ চন্দ্ৰ বাগ্‌চিৰ সোঁৱৰণত অনুষ্ঠিত হ'বলগীয়া কুইজ প্রতিযোগ...