October 27, 2025 7:44 PM

views 59

ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি-উপ-ৰাষ্ট্ৰপতিৰ দেশবাসীক শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ষট্ পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে এই উৎসৱে সূৰ্য দেৱতা আৰু ষষ্ঠী মাইয়াক পূজা কৰা তথা প্ৰকৃতি মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুবিধা দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই উৎসৱে...

October 27, 2025 7:41 PM

views 86

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত সমগ্ৰ দেশতে একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত সমগ্ৰ দেশতে একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এটা বার্তাযোগে দেশৰ সকলো নাগৰিককে চৰ্দাৰ বল্লভভাই পেটেল আৰু তেওঁৰ একত্ৰিত ভাৰতৰ আদৰ্শৰ প্ৰতি সন্মান জনাই একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

October 27, 2025 7:38 PM

views 30

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে। স্বাধীন ভাৰতৰ সেনা বাহিনীয়ে ১৯৪৭ চনৰ ২৭ অক্টোবৰত কাশ্মীৰ উপত্যকাত পাকিস্তানে চলোৱা আক্রমণক প্ৰথম প্ৰত্যুত্তৰ জনোৱাৰ স্মৃতিত সেই দিৱস পালন কৰা হয়। দেশৰ অখণ্ডতা আৰু আঞ্চলিক সংহতি ৰক্ষাৰ বাবে দেশৰ সেনা বাহিনীৰ শিখ ৰেজিমেণ্টৰ প্ৰথমটো বেটেলিয়ন ...

October 27, 2025 7:36 PM

views 61

প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৰ পুষ্পার্ঘ্য অর্পণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ প্ৰতি পুষ্পার্ঘ্য অর্পণ কৰে।

October 27, 2025 7:33 PM

views 34

সমগ্ৰ দেশতে আজিৰেপৰা সতৰ্কতা সজাগতা সপ্তাহ, ২০২৫ পালন

সমগ্ৰ দেশতে আজিৰেপৰা সতৰ্কতা সজাগতা সপ্তাহ, ২০২৫ পালন কৰা হৈছে। ৰাজহুৱা জীৱনত স্বচ্ছতা আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰা হৈছে। এই সপ্তাহৰ মূল বিষয় হৈছে – ‘সতর্কতা আমাৰ সকলোৰে দায়বদ্ধতা'। ৰাজহুৱা প্ৰশাসন আৰু চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু নীতিৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰত অধিক গুৰু...

October 27, 2025 6:42 PM

views 31

২১ টা মাওবাদীৰ অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জানিবলৈ দিছে যে ২১ টা মাওবাদীয়ে অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে এইসকলৰ ভিতৰত ১৩ গৰাকী জ্যেষ্ঠ মাওবাদী অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী মুক্ত কৰাৰ সংকল্পৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহ...

October 27, 2025 6:39 PM

views 59

ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সভাৰ অষ্টম সত্ৰ আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সভাৰ অষ্টম সত্ৰ আৰম্ভ হ'ব। চাৰিদিনীয়াকৈ আয়োজন কৰা এই সত্ৰত ১২৪ খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব। এই সত্ৰই গোলকীয় সমুদায়সমূহে একেলগে এটা উজ্বল আৰু বহনক্ষম ভৱিষ্যতৰ বাবে সৌৰশক্তি ব্যৱহাৰৰ প্ৰয়াস তথা সহযোগিতা সন্দৰ্ভত আলোচনাৰ সুযোগ প্ৰদান ...

October 27, 2025 6:34 PM

views 32

মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত ব...

October 27, 2025 6:17 PM

views 48

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্তৰ বাবে সাজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে ...

October 27, 2025 6:13 PM

views 28

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ

প্রায় তিনি দশকৰ পাছত আগৰতলা আৰু শিলচৰৰ মাজত কাইলৈ পুনৰ বিমান সেৱা আৰম্ভ হ'ব। কালি সন্ধিয়া আগৰতলা আৰু পশ্চিমবংগৰ বাগড’গ্ৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আগৰতলাৰ সহকাৰী মহা প্ৰবন্ধক এছ হাউকিপ জেম্পুৱে কয়, যে এয়াৰ ইণ্ডিয়া এক্সপ্রেছে আগতৰতলাৰ মহাৰজা বীৰ বিক্ৰম ...