November 1, 2025 12:25 PM
86
ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্ক এটা জটিল ঐতিহাসিক সহযোগিতাৰ পৰা বিকাশ ঘটি গতিশীল আৰু দূৰদৰ্শী অংশীদাৰিত্বলৈ পৰিণত হৈছে- ড০ এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্ক এটা জটিল ঐতিহাসিক সহযোগিতাৰ পৰা বিকাশ ঘটি গতিশীল আৰু দূৰদৰ্শী অংশীদাৰিত্বলৈ পৰিণত হৈছে। নতুন দিল্লীত কালি ব্রিটেইনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত ড০ জয়শংকৰে কয়, যে দুয়োখন ৰাষ্টই কেৱল প্রযুক্তি সুৰক্ষা পদক্ষেপৰ অধীনত সহযোগিতা...