November 1, 2025 8:48 PM

views 38

লখিমপুৰত আজিৰে পৰা অসম গ্ৰন্থমেলা

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন আজি উদ্বোধন কৰা হ...

November 1, 2025 8:46 PM

views 29

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকা

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ বাবে কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল স্প'ৰ্টছ একাডেমীৰ খেলপথাৰত বিয়লি ৩ বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমি ফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰ...

November 1, 2025 8:04 PM

views 25

মৰিগাঁৱত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৬,৩৬৭গৰাকী হিতাধিকাৰীক মহিলা উদ্যমিতা অভিযানৰ চেক প্রদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত ৩৬ হাজাৰ ৩৬৭ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ উদ্যমিতাপ...

November 1, 2025 8:01 PM

views 27

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ বিশেষ তদন্তকাৰী গোটৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচ...

November 1, 2025 7:59 PM

views 37

বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াক অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্ৰদান

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কার্যালয়ৰ ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত বিশিষ্ট সাহিত্যিকগৰাকীক অসম ...

November 1, 2025 12:41 PM

views 52

হাইলো অপেন ছুপাৰ ফাইভ হাড্রেড বেডমিন্টন প্রতিযোগিতাত উন্নতী হুদাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ

জার্মানীৰ ছাৰক্ৰকেনত অনুষ্ঠিত হাইলো অপেন ছুপাৰ ফাইভ হাড্রেড বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উন্নতী হুদাই মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উন্নতীয়ে কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ লীন ছিয়াং টাইক ২২-২০, ২১-১৩ ছেটত পৰাস্ত কৰে। খেলুৱৈ গৰাকীয়ে ফাইনেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুসুমা বাৰ্ডানীৰ বিৰুদ্ধে অব...

November 1, 2025 12:40 PM

views 37

জম্মু-কাশ্মীৰৰ ছমহীয়া ঐতিহাসিক দৰবাৰ মুভ প্ৰথা পুনৰ মুকলি

চাৰিবছৰৰ মূৰত জম্মু-কাশ্মীৰৰ ছমহীয়া ঐতিহাসিক দৰবাৰ মুভ প্ৰথা পুনৰ মুকলি কৰা হৈছে। শ্রীনগৰস্থিত চৰকাৰী কাৰ্য্যালয়সমূহ এই সময়ছোৱাত বন্ধ থাকিব। সমূহ কায্যালয় পুনৰ সোমবাৰৰ পৰা খোলা থাকিব। জম্মু-কাশ্মীৰৰ পথ পৰিবহন সংস্থাই আজি আৰু কাইলৈ কৰ্মচাৰীসকলৰ পৰিবহনৰ দায়িত্বত থাকিব। এই দৰবাৰ মুভ প্ৰথাৰ বাবে ৩৯টা চৰ...

November 1, 2025 12:37 PM

views 56

ভিজন ২০৩২ ৰ কাঠামো উন্মোচন

 ভাৰতীয় একক চিনাক্তকৰণ কৰ্তৃপক্ষই এ আই, ব্লকচেইন, কোৱান্টাম কম্পিউটিং আৰু উন্নত এনক্রিপচনৰ জৰিয়তে ভৱিষ্যতৰ ডিজিটেল পৰিচয় শক্তিশালী কৰাৰ আধাৰ ভিজন ২০৩২ ৰ কাঠামো উন্মোচন কৰে। ইলেক্ট্রনিকছ আৰু আই টি মন্ত্রালয়ে কালি উল্লেখ কৰে যে এই কাঠামোটোৱে ভাৰতৰ ডিজিটেল পৰিচয় পৰিৱেশ তন্ত্ৰক পুনৰ সংজ্ঞাৱদ্ধ কৰাৰ লগতে...

November 1, 2025 12:30 PM

views 48

মেলিছা ঘূর্ণীবতাহৰ ফলত জামাইকাত কমেও ১৯ জন লোকৰ মৃত্যু

জামাইকাত মেলিছা নামৰ ঘূর্ণীবতাহৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। জামাইকাৰ তথ্য মন্ত্ৰী ডানা মৰিছ ডিকছনে জনোৱা মতে ঘূর্ণীবতাহত বেয়াকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। বহু অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ লগতে অধিক সংখ্যক দ্বীপতে বিদ্যুৎ কর্তন হৈছে। জনসাধাৰণে বান আৰু বোকাৰ পৰা তেওঁল...

November 1, 2025 12:28 PM

views 28

সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত ভাৰতে তিনিটাকৈ গীনিজ বুকত বিশ্ব অভিলেষ গঢ়িবলৈ সমর্থ

ভাৰতে সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটাকৈ গীনিজ বুকত বিশ্ব অভিলেষ গঢ়িবলৈ সমর্থ হৈছে। ১৭ ছেপ্তেম্বৰৰ পৰা দুই অক্টোবৰলৈ অনুষ্ঠিত এই কার্যসূচীত যথেষ্ট সংখ্যক লোকে অংশগ্রহণ কৰে। এই পদক্ষেপৰ অধীনত কেৱল এমাহত এটা স্বাস্থ্য সেৱা প্লেটফর্মত সর্বাধিক সংখ্যক লোকে পঞ্জীয়ন কৰাৰ অভিলেষ গঢ়ে। তদুপৰি এসপ্...