November 1, 2025 11:53 AM

views 39

সৰুসজাইত তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

দ্বিতীয় এডভান্টেজ আছামত স্বাক্ষৰিত বুজাবুজি চুক্তিক বাস্তবায়িতকৰণৰ দিশত শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সৰুসজাইত তিনিটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত বিশ্বমানৰ স্বাস্থ্য আৰু আতিথ্যখণ্ডৰ আন্তঃগাঁথনিৰ দিশত বিশেষভাবে গুরুত্বপূর্ণ এই প্রকল্পকেইটা হৈছে গ্লোবে...

October 31, 2025 8:12 PM

views 21

পূণ্য শলিলা শ্রীবাস্তৱৰ অধ্যক্ষতাত নৰৱে-ভাৰত সহযোগিতা উদ্যমৰ বাৰ্ষিক বৈঠক

কেন্দ্রীয় স্বাস্থ্য সচিব পূণ্য শলিলা শ্রীবাস্তৱে আজি নতুন দিল্লীত আয়োজিত নৰৱে-ভাৰত সহযোগিতা উদ্যম এন আই পি আইৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। ভাৰতত থকা নৰৱেৰ ৰাষ্ট্রদূত মেই-এলিন-স্টেনাৰে এই বৈঠকত সহঅধ্যক্ষতা কৰে। চলিত বৰ্ষৰ এন আই পি আইৰ অগ্ৰগতিৰ প্ৰতিবেদনৰ পর্যালোচনা আৰু অনুমোদনৰ লগতে এই উদ্যমৰ চতুৰ্থ...

October 31, 2025 8:08 PM

views 35

দুদিনীয়া মালয়েছিয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কালি কোৱালালামপুৰত উপস্থিত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া মালয়েছিয়া ভ্রমণসূচীৰে কালি কোৱালালামপুৰত উপস্থিত হয়। শ্রীসিঙে কাইলৈ আছিয়ান আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্রীসকলৰ দ্বাদশ বৈঠক এ ডি এম এম প্লাছত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয় যে তেওঁ আজি আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্রী পিটে হেগছেথৰ স...

October 31, 2025 8:06 PM

views 28

নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক একত্রিত হৈ দেশৰ প্ৰগতিৰ বাবে নিজকে উৎসৰ্গা কৰি বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে আহ্বান জনায়। চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে অনুষ্ঠিত বিশাল সমাৱেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, যে ২০১৪ চনৰ পৰাই নক্সাল...

October 31, 2025 8:03 PM

views 29

ৰাষ্ট্ৰীয় একতা দিৱসত গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিয়ে। শ্রীমোদীয়ে একতাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত একতা দিবসৰ শপত বাক্য পাঠ কৰোৱা...

October 31, 2025 8:00 PM

views 100

স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

লালা লাজপত ৰায়ৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে আর্য সমাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতা সংগ্ৰামত নিজকে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আর্য শীর্ষ সম্মিলন-২০২৫ত অংশগ্ৰহণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয় যে বহু বছৰলৈ আর্য সমাজে তেওঁলোকৰ প্ৰা...

October 31, 2025 7:40 PM

views 23

নবীকৰণযোগ্য শক্তি বিষয়ত এখন আঞ্চলিক কর্মশালা উদ্বোধন প্রহ্লাদ যোশীৰ

কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি নবীকৰণযোগ্য শক্তি বিষয়ত এখন আঞ্চলিক কর্মশালা উদ্বোধন কৰে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ উত্তৰ পূৱৰ মাণ্ডলিক শাখাই আয়োজন কৰা এই কর্মশালাত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিমন্ত্রীসকল উপস্থিত থাকে।

October 31, 2025 7:36 PM

views 29

শ্রীভূমিত কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

শ্রীভূমি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি মন্ত্রী কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত বর্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰা হয়। লগতে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহক শক্তিশালীকৰণ আৰু অধঃস্তৰৰ বিভিন্ন চৰকাৰী কল্যানমূলক পৰিযোজনাসমূহৰ অধীনত কাৰ্যকৰ...

October 31, 2025 7:34 PM

views 27

আনন্দ কুমাৰ দাসৰ সভাপতিত্বত শোণিতপুৰ জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত

শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অসম্পূর্ণ প্রকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি অংশীদাৰ বিভাগসমূহক সক্রিয়তাৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়। এই সভাতেই কৃষি বিভাগে কৃষক পঞ্জীয়ন আৰু ডিজিটেল শস্য জৰীপৰ অগ্র...

October 31, 2025 7:33 PM

views 32

মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চৰকাৰে যোৱা ১৮ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শুশ্রুষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ যুটীয়া সহযোগত আজি দিশপুৰ বিধ...