November 1, 2025 9:41 PM

views 24

চত্তিশগড়কে ধৰি দেশৰ আন প্ৰান্ত মাওবাদীৰ হিংসাত্মক ঘটনাৰ পৰা মুক্ত হ’বলৈ আৰু বেছিদিন নাইঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চত্তিশগড়কে ধৰি দেশৰ আন প্ৰান্তত মাওবাদীৰ হিংসাত্মক ঘটনাৰ পৰা মুক্ত হবলৈ আৰু বেছিদিন নাই। আজি চত্তিশগড় ৰাজ্য গঠনৰ ২৫ বছৰ হোৱা উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, মাওবাদীৰ হিংসাত্মক কার্যকলাপৰ ফলত জনজাতি অধ্যুষিত চত্তিশগড় পথ, বিদ্যালয়, চিকিৎস...

November 1, 2025 9:39 PM

views 27

সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটা বিশ্ব অভিলেখেৰে গীনিজ বুকত স্থান লাভ ভাৰতৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে ভাৰতে সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটা বিশ্ব অভিলেখেৰে গীনিজ বুকত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ১৭ ছেপ্তেম্বৰৰ পৰা দুই অক্টোবৰলৈ অনুষ্ঠিত এই কার্যসূচীত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ অধীনত কেৱল এমাহত এটা স্বাস্থ্য সেৱা প্লেটফর্মত ৩ কো...

November 1, 2025 9:37 PM

views 26

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীকঃ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়া

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা - ই পি এফ অ অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীক বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠান দিৱসত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদ...

November 1, 2025 9:13 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা অহা ১০ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে দাখিল কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১০ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এছ আই টিয়ে দাখিল কৰিব বুলি আজি মৰিগাঁৱত প্ৰকাশ কৰিছে। ইতিমধ্যে এছ আই টিয়ে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে তদন্তৰ প্ৰতিবেদন প্রকাশ পোৱাৰ পাছত জুব...

November 1, 2025 9:07 PM

views 26

দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত আয়োজিত অমৰ ছহিদ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যপালগৰাকীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

November 1, 2025 9:00 PM

views 29

ধেমাজি জিলাৰ চিলাপথাৰত সীমান্ত সমন্বয় সমাৰোহ

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্রশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত সীমান্ত সমন্বয় সমাৰোহ আজি অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমা...

November 1, 2025 8:56 PM

views 51

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে।   মাজুলীৰ বিভিন্ন স্থানত অহা ৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা ৬ নৱেম্বৰত ৰাস মহোৎসৱৰ আ...

November 1, 2025 8:53 PM

views 24

মৰিগাঁৱৰ চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্রিবার্ষিক ভাওনা মহোৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্রহণ

মৰিগাঁও জিলাৰ চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্রিবার্ষিক ভাওনা মহোৎসৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে নাথ মন্দিৰ প্ৰাংগণত আয়োজিত মুকলি সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অংকীয়া নাট ভাওনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণব ধৰ্ম...

November 1, 2025 8:51 PM

views 20

সংগীত শিল্পী ছৈয়দ ছাদুল্লালৈ ডিব্ৰুগড়ৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ শ্ৰদ্ধা

সংগীত শিল্পী ছৈয়দ ছাদুল্লাৰ ডিব্ৰুগড়ৰ নালীয়াপুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে শিল্পী ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। একেদ...

November 1, 2025 8:49 PM

views 38

বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা মুখ্য সচিব বিকাশ অসমক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলা মুখ্য সচিব বিকাশ অসমক আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধন দাবী, অপহৰণকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত হৈ কেইবাদিনো ধৰি পলাই থকা বিকাশ অসমে আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়ী...