December 13, 2025 9:23 PM December 13, 2025 9:23 PM
5
ধিং ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত অহা ১৬ ডিচেম্বৰত নগাওঁ জিলা প্রশাসনৰ উচ্ছেদ অভিযান
নগাওঁ জিলা প্রশাসনে অহা ১৬ ডিচেম্বৰত ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাগুৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই আজি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটগুৰি, ৰৌমাৰী বিল, ম...