December 13, 2025 9:39 PM December 13, 2025 9:39 PM
7
উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ কৰে। এই উপলক্ষে যুৱক-যুৱতীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মানত ক্রীড়া-সংস্কৃতিৰ গুৰুত্ব বিষয়ে উল্লেখ কৰি পৌৰী উচ্চমানৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে...