December 13, 2025 12:25 PM December 13, 2025 12:25 PM

views 11

বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি জনজাতীয় শিক্ষার্থীয়ে বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি বি টি আৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-...

December 13, 2025 12:21 PM December 13, 2025 12:21 PM

views 4

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ বাবে ১১ হাজাৰ ৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। এয়া হ'ব দেশৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে ক...

December 13, 2025 12:06 PM December 13, 2025 12:06 PM

views 6

চণ্ডীশগড়ৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে : মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই

চণ্ডীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে ৰাজ্যখনৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ দুবছৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়ত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয়, যে সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এতিয়ালৈকে ৫০৫ জন মাওবাদী নিহত হোৱাৰ বিপৰীতে দুহেজাৰ...

December 13, 2025 12:00 PM December 13, 2025 12:00 PM

views 9

দিল্লীৰ ক্রমবর্ধিত প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ পৰিকল্পিত ব্যৱস্থা

দিল্লীৰ ক্রমবর্ধিত প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ধূলি নিয়ন্ত্ৰণৰ বাবে ৰাজপথসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰি অহা হৈছে। শ্বালিমাৰ বাগ বিধানসভা সমষ্টি ভ্ৰমণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, যে ৰাজপথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিধায়কসকললৈ পৰ্যাপ্ত পৰিমাণৰ ধন আগবঢ়োৱা হৈছে। শ্ৰীমতী ...

December 13, 2025 11:56 AM December 13, 2025 11:56 AM

views 8

নতুন দিল্লীত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা

শ্ৰমিকৰ কল্যাণ সাধন আৰু ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ স্পষ্ট, সামঞ্জস্যপূৰ্ণ আৰু অগ্ৰগামী শ্রম নীতি যুগুত কৰাৰ বাবে আইনী পৰিকাঠামো গঢ়ি তোলা হৈছে। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশ লৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ জ্য...

December 13, 2025 11:52 AM December 13, 2025 11:52 AM

views 6

৮ খন ৰাজ্যৰ ভোটাৰ তালিকাৰ সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ

নির্বাচন আয়োগে দেশৰ মুখ্য ৮ খন ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ কৰিছে। এই পর্যবেক্ষকসকলক পশ্চিমবংগ, তামিলনাড়ু, উত্তৰপ্ৰদেশ, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, চণ্ডীগড় আৰু ৰাজস্থানত নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে পর্যবেক্ষক...

December 13, 2025 11:45 AM December 13, 2025 11:45 AM

views 5

ত্রিদেশীয় ভ্রমণসূচীৰে সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে অহা সোমবাৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। নতুন দিল্লীত কালি সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দক্ষিণৰ সচিব ড০ নীনা মালহোত্রাই প্রধানমন্ত্ৰীৰ ভ্রমণ সন্দৰ্ভত সাংবাদিকৰ আগত কয়, যে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ১৫ৰ পৰা ১৬ ডিচেম্বৰলৈ জর্ডা...

December 13, 2025 11:40 AM December 13, 2025 11:40 AM

views 3

কয়লা সেতু নীতিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

বিভিন্ন প্ৰকাৰৰ ঔদ্যোগিক ব্যৱহাৰৰ বাবে কয়লাৰ নিলাম তথা এই সম্পদবিধৰ উপযুক্ত ব্যৱহাৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত এটা নতুন ব্যৱস্থাৰ সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰে কালি কয়লা সেতু নীতিত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে কালি নিৰৱচ্ছিন্ন, যোগ্য আৰু স্ব...

December 12, 2025 8:26 PM December 12, 2025 8:26 PM

views 5

২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই ২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। তেওঁ কয় যে এই লোকপিয়ল দেশৰ ষোড়শ লোকপিয়ল হ'ব আৰু স্বাধীনোত্তৰ ভাৰতৰ...

December 12, 2025 8:25 PM December 12, 2025 8:25 PM

views 4

সংসদৰ উভয় সদনৰ কাম-কাজ সোমবাৰ পৰ্যন্ত স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ সোমবাৰপৰ্যন্ত স্থগিত ৰখা হৈছে। ৰাজ্যসভাত আজি দেশত ৰে'ল দুর্ঘটনা ৯০ শতাংশ হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ২০০৪ৰ পৰা ২০১৪ চনলৈ দেশৰ এহেজাৰ ৭১১টা ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ৩১টালৈ আৰু ২০২৫-২৬ বৰ্ষত ১১টাল...