November 3, 2025 9:44 PM

views 22

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰী সন্থাৰ ৰাজ্যজুৰি ধৰ্মঘট

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজিৰে পৰা স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মচাৰীসকলৰ সংশোধিত দৰমহাৰ হাৰ বলৱৎ কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী সম-কামৰ বিপৰীতে সম-দৰমহা আৰু সম-অধিকাৰ প্ৰদানৰ দাবী...

November 3, 2025 9:40 PM

views 24

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কাইলৈ পুৱা অসমলৈ অনা হ’ব, ৰাজ্যিক মৰ্যাদাৰে হ’ব শেষকৃত্য

আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কাইলৈ পুৱা অসমলৈ অনা হ'ব। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে ।  অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীৰ্ঘদিন ধৰ...

November 3, 2025 9:37 PM

views 24

ডিফুত লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ আয়োজন

লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপন উদ্দেশ্যে আজি ডিফু আৱৰ্ত ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। এই উপলক্ষে জিলা আয়ুক্ত নিৰলা ফানছপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অহা ৮ নৱেম্বৰত হ'বলগীয়া একতা পদযাত্ৰা কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভা...

November 3, 2025 9:33 PM

views 41

মহিলা বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল কৰা ভাৰতীয় দললৈ বি চি চি আইৰ ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা

মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে চেম্পিয়নৰ খিতাপ দখলৰ পাছত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। খেলুৱৈ, প্ৰশিক্ষক, নিৰ্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। উল্...

November 3, 2025 6:58 PM

views 60

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

স্নাতক যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে আজি কিছু সময়ৰ পূৰ্বে আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দক্ষতা, নিয়...

November 3, 2025 6:56 PM

views 28

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অভিযোগনামা ১০ ডিচেম্বৰৰ ভিতৰতে দাখিল কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্তত ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, যে এই অভিযোগনামা ১৭ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ৮ তাৰিখৰ ভিতৰত...

November 3, 2025 6:55 PM

views 197

অসম প্ৰকাশন পৰিষদৰ ২০২৫ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান

অসম প্ৰকাশন পৰিষদে ২০২৫ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান কৰিছে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্য গ্ৰন্থৰ মাজৰ পৰা বাছনি লাভ কৰা গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক এই বঁটাৰে সন্মানিত কৰা হ'ব। পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে প্ৰ...

November 3, 2025 6:53 PM

views 51

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে অনুষ্ঠানৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰহিলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১...

November 3, 2025 6:51 PM

views 47

ওদালগুৰিৰ মাজবাট সমষ্টিৰ লামাবাৰী চাহ বাগিচাত সদৌ অসম চাওৰা সমাজৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

ওদালগুৰি জিলাৰ মাজবাট সমষ্টিৰ লামাবাৰী চাহ বাগিচাত আজি সদৌ অসম চাওৰা সমাজৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে চাহবাগিচাখনৰ চাওৰা সমাজ প্ৰাথমিক গোটৰ সৌজন্যত আয়োজিত কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰি, চাওৰা সমাজৰ যুৱ প্ৰজন্মই...

November 3, 2025 1:01 PM

views 51

আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰা ভাৰতীয় দলক ৰাষ্ট্রপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ভাৰতীয় দলক আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ জয়ৰ বাবে অভিনন্দন জনাইছে, এটা বার্তাত শ্রীমতী মুর্মুৱে কয়, যে দলটোবে প্রথমবাৰৰ বাবে মহিলা বিশ্বকাপ ক্রিকেটত বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা আৰু প্ৰদৰ্শনৰ যোগ্য ফলাফল লাভ কৰিলে বুলি তেও...