November 3, 2025 12:59 PM

views 22

ৰাজস্থানৰ পথ দুর্ঘটনাত নিহত সকলৰ প্ৰতি প্রধানমন্ত্রীৰ শোকপ্ৰকাশ

 ৰাজস্থানৰ ফালোড়ী জিলাৰ মাথুডা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত কালি সংঘটিত এটা পথ দুর্ঘটনাত কমেও ১৫ লোকৰ মৃত্যু হয়। যোধপুৰৰ পৰা তীর্থযাত্রী কঢ়িয়াই অনা এখন বাছে মাথুডাৰ সমীপত এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে এই দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাত বহুকেইজন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি ভালেসংখ্যক লোক গুৰুতৰভাৱে আ...

November 3, 2025 12:56 PM

views 22

৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন আৰম্ভ

দিল্লী, মুম্বাই আৰু চেন্নাইত সংগীত সমাৰোহেৰে ৬৭ সংখ্যক আকাশবাণী সংগীত সম্মিলন কালি আৰম্ভ হৈছে। প্ৰচাৰ ভাৰতীয়ে সংস্কৃতি মন্ত্ৰ্যালয়ৰ সহযোগত এই সম্মিলনৰ আয়োজন কৰিছে। নতুন দিল্লীৰ আকাশবাণী ৰং ভৱনত বাঁহীবাদক পণ্ডিত ৰাকেশ চৌৰাছিয়া আৰু মাৰাঠী লোকশিল্পী নন্দেছ উমাপ আৰু তেওঁৰ দলে আকর্ষণীয় অনুষ্ঠান পৰিৱেশন ক...

November 3, 2025 12:52 PM

views 36

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত পর্যায়ত প্ৰচাৰ অভিযান

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্রজোটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিছে। নির্বাচনত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কর্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্র...

November 3, 2025 12:49 PM

views 50

CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ভাৰতীয় মহাকাশ খণ্ড বর্তমান উৎকর্ষ আৰু উদ্ভাৱনৰ সমার্থক হৈ পৰিছে। দেশৰ মহাকাশ বিজ্ঞানীসকলৰ ...

November 3, 2025 12:47 PM

views 28

নতুন দিল্লীত আজি প্রধানমন্ত্রীৰ অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তি উদ্ভাৱন সম্মিলন ESTIC-2025 মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্রযুক্তি উদ্ভাৱন সম্মিলন ESTIC-2025 মুকলি কৰিব। অনুষ্ঠানত প্রধানমন্ত্রীগৰাকীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাবন আঁচনি পুঁজি মুকলি কৰিব। এই সন্মিলন অহা ৫ নৱ...

November 3, 2025 12:44 PM

views 47

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ প্রথমটো খিতাপ জয়

নবী মুম্বাইৰ ড০ ডি বাই পাটিল স্প'র্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰি মহিলা বিশ্বকাপত প্রথমটো খিতাপ জয় কৰে। দক্ষিণ আফ্রিকাই ২৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৬ ৰানহে...

November 3, 2025 12:41 PM

views 23

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল কালি পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰি উদ্যানখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আ...

November 3, 2025 12:40 PM

views 56

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰ পৰা ৰাস মহোৎসৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰ পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা-কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। আজি বৰ আখৰা অনুষ্ঠিত হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হা...

November 3, 2025 12:38 PM

views 142

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত আজি পুৱা ৬ বাজি ১৫ মিনিটত শ...

November 3, 2025 12:36 PM

views 45

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ আজি শুভাৰম্ভ

স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত এই উপলক্ষে আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু ...