June 15, 2024 2:49 PM

views 29

এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটী

ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটীয়ে ইটালীৰ পেৰুগিয়াত চলি থকা এটিপি চেলেঞ্জাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত-জার্মানীৰ এই যুটীয়ে আজি সন্ধিয়া হ'বলগীয়া ফাইনেলত মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেয়েছ-ভাৰেলা আৰু আৰ্জেণ্টিনাৰ গুইড' আন্ড্রেঅজ্জীৰ যুটীৰ...

June 15, 2024 2:41 PM

views 40

আজিৰে পৰা অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ

অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজিৰে পৰা অনুষ্ঠিত হ'ব। মহানগৰখনৰ পেড্ডাৰ ৰোডত থকা ফিল্ম ডিভিজনৰ চৌহদত বিয়লি ৪ বজাত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ ভন্নি প্ৰান্তৰ দৰ্শকৰ কাষলৈ এই মহোৎসৱক লৈ যোৱাৰ উদ্দেশ্যে দিল্লী, কলকাতা, পুনে আৰু চেন্নাইত সমান্তৰালভাৱে চিনেমা প্ৰদৰ্শনৰ ব্যৱস্...

June 15, 2024 2:39 PM

views 35

বিধায়ক টেছম পংগতে অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

চাংলাং উত্তৰ সমষ্টিৰ বিধায়ক টেছম পংগতে আজি অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বিধানসভাৰ অধ্যক্ষ নির্বাচনেৰে বিশেষ অধিৱেশন আৰম্ভ হয়। তদর্থ অধ্যক্ষ নিনং ইৰিঙে কোনো প্রতিদ্বন্দ্বিয়ে মনোনয়ন পত্র দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত টেছম পংগতে বিনা প্রতিদ্বন্দ্...

June 15, 2024 2:32 PM

views 32

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে ভাৰতীয় উচ্চায়ুক্তৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন কৰিছে। শনিবাৰে ৰাতিপুৱা কলম্বো টাউন হলত পৰিয়ালৰ বাবে যোগ যোগ শীর্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত ভাৰতীয় সংস্থা সদগামায়া ফাউণ্ডেচন আৰু গংগাৰামায...

June 15, 2024 2:30 PM

views 26

আন্তর্জাতিক যোগ দিৱস উপলক্ষে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অর্ধচক্ৰাসনৰ ভিডিঅ’ প’ষ্ট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনত উদযাপন কৰিবলগীয়া দশম আন্তর্জাতিক যোগ দিৱস উপলক্ষে আজি সামাজিক মাধ্যম এক্সত অর্ধচক্ৰাসনৰ ভিডিঅ' প'ষ্ট কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে হৃদযন্ত্ৰ ভালে ৰখা আৰু শৰীৰত তেজৰ চলাচল উন্নত কৰাৰ বাবে এই আসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়। ভিডিঅ'টোত এই আস...

June 15, 2024 2:29 PM

views 40

সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক তেওঁলোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এই ভিডিঅ'টোত অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ২৮ মাৰ্চত ৰাউজ এভিন...

June 15, 2024 2:26 PM

views 34

ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সহযোগিতাৰেহে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ব পৰা যায়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ল'বেল ছাউথ অৰ্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায়...

June 15, 2024 2:21 PM

views 26

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিবেশন ২৪ জুনৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিনে ৰিজিজুৱে সংসদৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চৰকাৰ আগ্রহী বুলি প্ৰকাশ কৰিছে। প্ৰথম অধিৱেশনৰ গুৰুত্বত আলোকপাত কৰি শ্ৰী ৰিজিজুৱে কয় যে, এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ, অধ...

June 15, 2024 2:19 PM

views 37

ইটালীৰ এদিনীয়া ভ্ৰমণ সামৰি পুৱা নতুন দিল্লীত উপস্থিত প্ৰাধনমন্ত্ৰী মোদী

প্ৰাধনমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ এদিনীয়া ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা পষ্টত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইটালী ভ্রমণক ফলদায়ক হিচাপে বৰ্ণনা কৰিছে। শ্ৰী মোদীয়ে বিভিন্ন বিষয়কলৈ বিশ্ব নেতাসকলৰ সৈতে হোৱা আলোচনাত আলোকপাত কৰে। তেওঁ লগতে বিশ্ব সম্প্রদায়ক উপকৃত কৰিব পৰা...

June 15, 2024 1:55 PM

views 34

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কট...