June 26, 2024 11:58 AM

views 39

ৰাজ্যত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন

আজি ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে - ‘প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক’। ৰাজ্যত শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত বেজীৰ দ্বাৰা ড্ৰাগছ গ্রহণক এটা প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে ড্ৰাগছ গ্ৰহণকাৰীৰ মাজত ব্য...

June 26, 2024 11:52 AM

views 19

অম্বুবাচী মেলাৰ সামৰণিৰ পাছত ভক্তৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি

পাঁচ-দিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত আজি পুৱা ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় ৷ কালি নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটে যদিও আজি পুৱা নিত্য-নৈমত্তিক পূজা-অৰ্চনাৰ পাছতে মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হয় ৷ ইতিমধ্যে মেলাৰ কেইদিনত নীলাচল পাহাৰৰ কামাখ্যা ধামত লাখ লাখ ভক্...

June 26, 2024 11:50 AM

views 26

কাইলৈ নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

কাইলৈ নলবাৰীত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰি অহা এই কেবিনেট বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৈঠকখন আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জনসংযোগৰ এটা বিবৃতিত স্থগিত ৰখাৰ কথা প্ৰকাশ ...

June 26, 2024 11:44 AM

views 23

আই চি চি টী-২০ বিশ্বকাপ ক্রিকেটত কাইলৈ আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন ছেমি ফাইনেল

আফগানিস্তান কাইলৈ পুৱা ত্রিনিদাদৰ ব্ৰায়নলাৰা ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টী-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। আনহাতে, ভাৰত কাইলৈ নিশা গায়ানাত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে বা...

June 26, 2024 11:39 AM

views 18

টেক্সাচৰ ফৰ্ট ৱৰ্থ কনভেনচন চেন্টাৰত BWFUS অপেন বেডমিন্টন প্রতিযোগিতা আৰম্ভ

টেক্সাচৰ ফৰ্ট ৱৰ্থ কনভেনচন চেন্টাৰত কালি বি ডব্লিউ এফ ইউ এছ অপেন বেডমিন্টন প্রতিযোগিতা আৰম্ভ হৈছে। পুৰুষৰ ডাবলছৰ এখন খেলত ভাৰতৰ কৃষ্ণ প্ৰসাদ গৰাগা আৰু চাই প্ৰতীকৰ যুটিটোৱে স্কট গিল্ডিয়া আৰু পল ৰেনল্ডছৰ আয়াৰলেণ্ডৰ যুটিটোক ২১-১৪, ২১-১২ ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ এখন খেলত আজি আবেলি ট্রিচা জলি...

June 26, 2024 10:22 AM

views 17

নতুন দিল্লীত আফ্ৰিকা দিৱস উদযাপন অনুষ্ঠানত মন্ত্ৰী ড° এছ জয়শংকৰৰ ভাষণ

বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰে কৈছে যে আফ্ৰিকা ভাৰতৰ বাবে সর্বোচ্চ অগ্রাধিকাৰৰ বিষয় হৈ থাকিব। নতুন দিল্লীত কালি আফ্ৰিকা দিৱস উদযাপন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আফ্ৰিকাৰ সৈতে ভাৰতৰ সহযোগিতা কৌশলগত উদ্বেগ আৰু অৰ্থনৈতিক লাভালাভৰ উৰ্ধৰ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ...

June 26, 2024 10:07 AM

views 31

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা নিৰ্বাচিত

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা হ'ব। দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কালি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাত ৰাহুল গান্ধী বিৰোধী পক্ষৰ নেতা হ'ব বুলি পত্রযোগে অস্থায়ী অধ্যক্ষ ভর্তৃহৰি মেহ...

June 26, 2024 10:02 AM

views 31

অষ্টাদশ লোকসভাৰ আজি অধ্যক্ষ পদৰ নিৰ্বাচন

অষ্টাদশ লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন আজি অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা যোৱাবাৰৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলা এইবাৰো এন ডি এ মিত্ৰজোঁটৰ এই পদৰ প্ৰাৰ্থী হ'ব। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন পত...

June 25, 2024 8:47 PM

views 27

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাক প্ৰক্ষেপ বিজেপিৰ

বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্রার্থী হিচাপে বাচনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অ...

June 25, 2024 8:45 PM

views 21

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অ...