July 7, 2024 7:45 PM

views 28

মানস ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱৰ অন্তিম দিনা বিভিন্ন সজাগতামূলক কাৰ্যসূচী

পৃথিৱীখনক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বন মহোৎসৱৰ আজি সামৰণি পৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেল ৰেলী উলিওৱা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰ...

July 7, 2024 7:26 PM

views 27

গুৱাহাটীৰ জ্যোতিনগৰত বৰষুণৰ সময়ত নলাত পৰি সন্ধানহীন ৮ বছৰীয়া শিশুটিৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালিমন্দিৰৰ সমীপত বৃহস্পতিবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ সময়ত নলাত পৰি সন্ধানহীন হোৱা ৮ বছৰীয়া শিশুটিৰ মৃতদেহ আজি ৰাজগড়ৰ এটা নলাত উদ্ধাৰ কৰা হয় ৷ শিশুটিৰ সন্ধানত এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে ৩ দিন ধৰি অভিযান অব্যাহত ৰাখিছিল। মুখ্যমন্ত্রী ...

July 7, 2024 7:05 PM

views 27

২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন

অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে এই অধিবেশন ১২ আগষ্টলৈকে চলিব। তেওঁ কয় যে ২৩ জুলাইত লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত উত্থাপন ক...

July 7, 2024 6:51 PM

views 26

ৰাজ্যৰ ২৯ খন জিলাৰ প্ৰায় ২৪ লাখ লোক বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৯ খন জিলাৰ প্ৰায় ২৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। আনহাতে, বিগত ২৪ ঘণ্টাত আৰু ৬ জন লোকে প্ৰাণ হেৰুৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ১০৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৫০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ ...

July 7, 2024 6:45 PM

views 22

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পর্যবেক্ষণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। তেওঁ কেইবাটাও সাহায্য শিবিৰত উপস্থিত হৈ শিবিৰত থকা লোকসকলৰ অভাৱ অভিযোগৰ বুজ লয়। তেওঁ বাসগৃহৰ ক্ষতি হোৱা লোকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুন গৃহ প্ৰদান কৰ...

July 7, 2024 6:32 PM

views 28

ওদালগুৰি আৰু ধেমাজি জিলাত নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে কালি ওদালগুৰি জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইপিনে,...

July 7, 2024 6:30 PM

views 18

নতুন দিল্লীত দিল্লী বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনৰ উদ্বোধনী অধিবেশনত দিয়া ভাষণত দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সচদেৱাই কয় যে, ভাৰতৰ ৰাজধানীত লোকসভাৰ ৭ খন আসন লাভ কৰাৰ বাবে বিজেপি দলক ৰাইজে যি আশীৰ্বাদ দিছে সেয়া অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন চৰকাৰৰ দ...

July 7, 2024 6:22 PM

views 41

উত্তৰাখণ্ডৰ গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি

উত্তৰাখণ্ডৰ ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে আজি গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত অতি প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বিভাগৰ তথ্য অনুসৰি বহু ঠাইত প্ৰবলৰ পৰা অতি প্রবল বৰষুণৰ সম্ভাৱনা আছে। কুমাওৰ বিচ্চিন্ন অঞ্চলত অত্যন্ত প্রচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি চামলি আৰু পৌৰী জিলাত প্ৰবলৰ পৰা...

July 7, 2024 6:18 PM

views 27

দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত হয়। কালি নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদী কেইজন এই অঞ্চলত আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছত জিলাখনৰ ফিচল চিনিগাম আৰু মৰ্টেগাম অঞ্চলত এই মুখামুখি সংঘর্ষ সংঘটিত হৈছিল। কাশ্মীৰ মণ্ডলৰ...

July 7, 2024 6:13 PM

views 17

ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা প্ৰভূ জগন্নাথ, বলভদ্ৰ, দেৱী শুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকী কালি গৃহ...