July 8, 2024 12:09 PM

views 21

ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ ষ্টিপলছেজত ভাৰতৰ অবিনাশ চেবেলৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

ভাৰতৰ অবিনাশ চেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত ৩ হাজাৰ মিটাৰ ষ্টিপলছেজত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তাৰকা খেলুৱৈগৰাকী নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি এই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। খেলুৱৈগৰাকীয়ে নিজৰ উৎকৃষ্ঠ খেল প্ৰদৰ্শন প্রতিযোগিতাৰ ষষ্ঠ স্থানত থাকে। ইথোপিয়াৰ...

July 8, 2024 12:07 PM

views 23

হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত জিম্বাব’ৱেক ১০০ ৰানত পৰাস্ত ভাৰতৰ

হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাব’ৱেক ১০০ ৰানত পৰাজিত কৰে। ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেটৰ বিনিময়ত ২৩৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰান কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে ৪৭টা বলত ৭৭ ৰান কৰে। প্...

July 7, 2024 8:48 PM

views 19

পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ দ্বিতীয়খন খেলত জিম্বাব’ৱেৰ বিৰুদ্ধে ১০০ ৰানত বিজয়ী ভাৰত

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-টুৱেন্টি শৃংখলাৰ আজি দ্বিতীয়খন খেলত ভাৰতে জিম্বাব'ৱেক ১০০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি জিম্বাব'ৱেক জয়ৰ বাবে ২৩৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ২৩৪ ৰাণ সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৪৭টা বলত ১০০ ৰাণ...

July 7, 2024 8:35 PM

views 44

ছত্তিশগড়ৰ সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ

ছত্তিশগড় নিৰাপত্তা বাহিনীয়ে চলোৱা এটা তালাচী অভিযানত সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। নিৰাপত্তাৰক্ষীৰ দলটোৱে মাওবাদী কেইজনৰ পৰা দুটা বি জি এল চেল, ৯টা ডিটনেটৰ, এটা টিফিন বোমাৰ লগতে অন্যান্য সামগ্রী জব্দ কৰে ।

July 7, 2024 8:31 PM

views 48

পাব্লিক স্পীকঃ ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা চাৰে ন বজাত ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ Gastroenterology বিভাগৰ অধ্যাপক ডাঃ গোৱিন্দ কে. মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰ্যালয়ৰ শ...

July 7, 2024 8:26 PM

views 22

নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আনিছেঃ কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল

কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা পীয়ূষ গোৱেলে আজি কয় যে, বিগত ১০ বছৰত কৰা কামৰ ফলাফল হিচাপে জনসাধাৰণে তৃতীয়টো কাৰ্যকালৰ বাবে এন ডি এ চৰকাৰৰ হৈ জনাদেশ দিছে। দিল্লী বিজেপিৰ বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত শ্ৰী গোৱেলে কয় যে, মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আন...

July 7, 2024 8:23 PM

views 60

উচ্চতম ন্যায়ালয়ত সোমবাৰে নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ে কাইলৈ নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় তথা ন্যায়াধীশ জে বি পাড়িৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন ...

July 7, 2024 8:15 PM

views 23

ওড়িশাৰ ভগৱান জগন্নাথ ৰথযাত্ৰা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুর্মুৰ অংশগ্ৰহণ

ওড়িশাৰ পুৰী চহৰত আজি বিয়লি ভগৱান জগন্নাথ, বলভদ্র, সুভদ্ৰা দেৱী আৰু ভগৱান সুদৰ্শনৰ বিশ্ববিখ্যাত ৰথযাত্ৰা আৰম্ভ হৈছে। তিনিখন ৰথেৰে হোৱা এই যাত্রা উপলক্ষে চৰহখনৰ গ্ৰেণ্ড ট্ৰাংক ৰোড সহস্ৰ ভক্তৰ সমাগমেৰে ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুর্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰা...

July 7, 2024 8:12 PM

views 22

কাইলৈৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীমোদী মস্কোলৈ যাব । নেতা দুয়োগৰাকীয়ে দুয়োখন দে...

July 7, 2024 8:38 PM

views 106

উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট সমীক্ষা সম্পন্ন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট আলোচনা সম্পূৰ্ণ কৰিছে। বাজেট প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা প্রক্রিয়া সম্পূৰ্ণ কৰিছে। যোৱা ১৯ জুনৰ পৰা ৫ জুলাইলৈকে বিত্ত মন্ত্ৰা...