July 7, 2024 12:33 PM

views 27

গ্রাঁ প্রি প্ৰতিযোগিতাৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাত ৱিনেশ ফোগটৰ সোণৰ পদক অৰ্জন

 ভাৰতৰ এক নম্বৰ মল্লযোদ্ধা ৱিনেশ ফোগটে কালি মাড্ৰিডৰ স্পেইনত অনুষ্ঠিত গ্রাঁ প্রি প্ৰতিযোগিতাৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজেতা ফোগটে ফাইনেলত ৰাছিয়াৰ মাৰিয়া টিউমেৰেক’ভাক ১০-৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। স্পেইনত প্রশিক্ষণ তথা প...

July 7, 2024 12:26 PM

views 28

২০১৮-১৯ বৰ্ষত আৰম্ভ কৰা অসম আদর্শ গ্রাম যোজনাৰ অধীনত ১,৮৫৪ টা আঁচনি সম্পূৰ্ণ

ৰাজ্যজুৰি সৰ্বোত্তম ৰাজহুৱা সেৱা প্ৰদান কৰা আদৰ্শ গাঁও নিৰ্মাণৰ লক্ষ্যৰে ২০১৮-১৯ বৰ্ষতে আৰম্ভ কৰা অসম আদর্শ গ্রাম যোজনাৰ অধীনত এই পর্যন্ত ১,৮৫৪ টা আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ বাবে মুঠ ২৫০ কোটি টকা মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত অসম আদর্শ গ্রাম যোজনা কাৰ্যসূচীৰ ...

July 7, 2024 12:16 PM

views 37

প্রবল বৃষ্টিপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰ ধাম যাত্ৰা আজি স্থগিত

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা মুষলধাৰ বৰষুণৰ সতর্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰ ধাম যাত্ৰা আজি স্থগিত ৰখা হৈছে। পৰহি সন্ধিয়া গড়ৱাল সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰি মন্দিৰ অভিমুখী তীর্থযাত্রীসকলক আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু য'ত আছে...

July 7, 2024 12:11 PM

views 19

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে ওড়িশাত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পবিত্ৰ তীৰ্থনগৰী পুৰীৰ প্ৰভু জগন্নাথ, প্ৰভু বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্বপ্ৰসিদ্ধ ৰথ যাত্রা প্রত্যক্ষ কৰিব। কালি ভুৱনেশ্বৰত উপস্থিত হোৱাৰ পাছত ওড়িশাৰ ৰাজ্...

July 7, 2024 12:05 PM

views 33

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক “বিশেষ সন্মান” বুলি অভিহিত অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰে কালি “বিশেষ সন্মান” বুলি অভিহিত কৰি কয় যে তেওঁ ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে। প্রধানমন্ত্রী মোডীয়ে ৯ জুলাইত মস্কোৰ পৰা অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ কথা। শুকুৰবাৰে বৈদেশিক সচিব বিনয় কোৱাট্রাই আন্তঃগাঁথনি, নবীকৰণযোগ্য ...

July 7, 2024 12:02 PM

views 28

ন’ভাক জক’ভিচ  গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

ন’ভাক জক’ভিচে চলিত গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। যোৱানিশা অনুষ্ঠিত পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত ছাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকীয়ে ৪-৬, ৬-৩, ৬-৪ আৰু ৭-৬ৰ ব্যৱধানত এলেক্স প’পিৰিণক পৰাস্ত কৰে। ইফালে, অন্য এখন খেলত আলেকজেণ্ডাৰ জেৰভে ৬-৪, ৬-৪ আৰু ৭–৬ৰ ব্যৱধান...

July 7, 2024 11:53 AM

views 36

ইউৰোকাপ ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত

চলিত ইউৰোকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব। যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্রাইব্রেকাৰৰ জৰিয়তে ৫-৩ গ’লৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নির্ণয় হোৱা নাছিল। ...

July 7, 2024 11:44 AM

views 15

জিম্বাব’ৱেৰ হাৰাৰেত  ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৪.৩০ বজাত আৰম্ভ হ'ব। আয়োজক দেশ জিম্বাব’ৱেই প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰি আছে। কালিৰ উদ্বোধনী খেলখনত ছিকন্দ্ৰৰ ৰাজা নেতৃত্বাধীন জিম্বাব...

July 7, 2024 11:39 AM

views 33

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে চিকিৎসাৰ সময়ত ১১টা সুগৰি পহুৰ মৃত্যু হোৱাৰ লগতে পানীত ডুব গৈ ৬২টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যাৱতীয় সকলো প্ৰচেষ...

July 7, 2024 11:35 AM

views 21

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে কালি ওদালগুৰি জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইপিনে,...