January 14, 2025 7:56 PM January 14, 2025 7:56 PM

views 25

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীত...

January 14, 2025 7:47 PM January 14, 2025 7:47 PM

views 8

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য শদিয়াৰ টোপচিঙাত সম্পন্ন

কালি দেহাৱসান ঘটা কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য তিনিচুকীয়াৰ শদিয়াৰ ওপজা গাঁও টোপচিঙাত আজি সম্পন্ন হয়। শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত অলেখ গুণমুগ্ধই অংশগ্ৰহণ কৰে। প্রয়াত শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতি যুগমীয়া কৰাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ কথা প্ৰ...

January 14, 2025 7:40 PM January 14, 2025 7:40 PM

views 15

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘবিহুৰ দিনা কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীর্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্ম-নিৰ্ভৰ কৃ...

January 14, 2025 7:31 PM January 14, 2025 7:31 PM

views 43

মকৰ সংক্ৰান্তি উপলক্ষে উত্তৰ প্ৰদেশৰ ত্রিবেণী সংগমৰ মহা কুম্ভত ৩ কোটি ৫০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্ৰান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কার্যসূচীত ৩ কোটি ৫০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বর্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হয়। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ...

January 14, 2025 2:28 PM January 14, 2025 2:28 PM

views 20

মকৰ সংক্রান্তি উপলক্ষে  জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি

মকৰ সংক্রান্তি উপলক্ষে আজি জম্মু-কাশ্মীৰৰ ৰিয়াছী জিলাৰ কাট্টা চহৰৰ ত্রিকূট পাহাৰত থকা বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব। আজি আৰতিৰ পাছতে গুহাটো ভক্তসকলৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গুহাটো এমাহ খোলা ৰখাৰ সম্ভাৱনা আছে।...

January 14, 2025 2:25 PM January 14, 2025 2:25 PM

views 10

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ৮৯ হাজাৰ লোকক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ কৰ্তৃপক্ষই নির্দেশ দিছে। লছ এঞ্জেলছৰ বিভিন্ন অংশলৈ বিয়পি পৰা এই বনজুইত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।...

January 14, 2025 2:22 PM January 14, 2025 2:22 PM

views 12

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীৰ ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্স ডাবলছ ৰাউণ্ড অৱ থাৰ্টি টুত টাইৱানৰ যুটী শ্বু য়া চিং আৰু চেন চেং কোৱানক ৮-২১, ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে। যোৱা বছৰ পেৰিচ অলিম্পিকৰ পাছত...

January 14, 2025 2:20 PM January 14, 2025 2:20 PM

views 40

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত ১ কোটি ৬০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্রান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত দিনৰ ১২ বজালৈকে ১ কোটি ৬০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বৰ্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছে। স্নানৰ পাছত ভক্ত...

January 14, 2025 2:18 PM January 14, 2025 2:18 PM

views 18

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ বহুধা বিভক্ত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামর্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অর্থপূর্ণ সহযোগিতা প্রদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ অনন্য ক্ষমতা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰ...

January 14, 2025 2:14 PM January 14, 2025 2:14 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এ...