January 15, 2025 10:18 AM January 15, 2025 10:18 AM
3
পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণত ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ নাম পঞ্জীয়ন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে এই বছৰ অভিলেখ সংখ্যক ৩ কোটি ২৫ লাখ ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে নাম পঞ্জীয়ন কৰিছে। নাম পঞ্জীয়ন কৰা সকলৰ ভিতৰত একাংশ বিদেশী শিক্ষার্থীও আছে আৰু ইয়াৰ ফলত এই কাৰ্যসূচীৰ গৰিমা বৃদ্ধি পাইছে। পৰীক্ষা পে...