January 14, 2025 11:22 AM January 14, 2025 11:22 AM

views 8

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুত পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত নহয়

ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ম'হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰ...

January 14, 2025 11:18 AM January 14, 2025 11:18 AM

views 5

২০০৬ চনৰ পূৰ্বে স্থাপিত কিন্তু প্রাদেশীকিকৰণৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ উপ-সমিতি গঠন

অসম চৰকাৰে ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা কিন্তু প্রাদেশীকিকৰণ প্ৰক্ৰিয়াৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপ-সমিতি গঠন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আঁসোৱাহসমূহ দুৰ কৰাৰ ব...

January 14, 2025 10:55 AM January 14, 2025 10:55 AM

views 7

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰীশ্বনমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আ...

January 14, 2025 10:51 AM January 14, 2025 10:51 AM

views 19

ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয়, যে ১৫ জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ জি চি নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী ...

January 14, 2025 10:50 AM January 14, 2025 10:50 AM

views 17

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য সুবিধা প্ৰদাৰ কৰা হ'ব। ওড়িশা চৰকাৰক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নতুন দিল্লীত কালি এই সন্দৰ্ভত এ...

January 14, 2025 10:46 AM January 14, 2025 10:46 AM

views 22

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে মাদ্রিডত বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্রিডত এটা আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে জনায় যে বৈঠকত বাণিজ্যি, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নগৰ উন্নয়ন, ৰে'লৱে আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক অংশীদাৰিত্বৰ ওপৰত আলোচনা...

January 14, 2025 10:43 AM January 14, 2025 10:43 AM

views 53

সমগ্ৰ ৰাজ্যত ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ

আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগা...

January 14, 2025 10:35 AM January 14, 2025 10:35 AM

views 11

দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ প্ৰকাশ

স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সেনা বাহিনীৰ বাৰ্ষিক সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি জেনেৰেল দ্বিবেদীয়ে দৃঢ়তাৰে কয়, যে দেশৰ উত্তৰ সীমান্ত সদায়েই সংবেদনশীল যদিও সেনা বাহিনী যিকোনো প্রতিকূল পৰিস্থিতিৰ সন্মুখী...

January 14, 2025 10:30 AM January 14, 2025 10:30 AM

views 20

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুভাৰম্ভ কৰিব মিছন মৌচম

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচমৰ শুভাৰম্ভ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত ভাৰত মণ্ডপমত প্রধানমন্ত্রীয়ে এই অভিযান আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মিছন মৌচমে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা বিকশিত কৰিব। এই পদক্...

January 13, 2025 5:38 PM January 13, 2025 5:38 PM

views 15

গুজৰাটত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ

১১ জানুৱাৰীত গুজৰাটত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত ৪৭খন দেশৰ ১৪৩ গৰাকী চিলা উৰুওৱা ব্যক্তিয়ে অংশ লৈছে। আহমেদাবাদৰ সবৰমতী নৈৰ পাৰত চিলা উৰুৱাই ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেলে শনিবাৰে উৎসৱৰ শুভাৰম্ভ কৰে। "সাৱধানতাৰে বৰ্তি থকা" শীর্ষক বিষয় লৈ অনুষ্ঠিত এই মহোৎসৱত ১১খন দেশৰ ৰাষ্ট্ৰদূত আৰু...