February 12, 2025 8:12 PM

views 13

মহানগৰীৰ বিভিন্ন স্থানত গুৱাহাটী জল ব’র্ডৰ ৰবটিক জৰীপৰ কাম আৰম্ভ

গুৱাহাটী জল ব’র্ডে ইয়াৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত ৰবটিক জৰীপৰ কাম আৰম্ভ কৰিছে। আজি মহানগৰীৰ খাৰঘুলিত জল ব’র্ডে কাৰিকৰী বিশেষজ্ঞৰ সহায়ত এই ৰবটিক জৰীপ চলায়। এই জৰীপৰ জৰিয়তে ভৱিষ্যতে পানী পৰিবাহী নলীৰ ৱেল্ডিং অর্থাৎ জোৰা লগোৱা অংশত ওলাব পৰা ছিদ্র আগতীয়...

February 12, 2025 8:07 PM

views 6

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী পালন

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ...

February 12, 2025 8:06 PM

views 11

অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্য কোকৰাঝাৰত উপস্থিত ড° ৰবি কোটা

অসম বিধানসভাৰ বাজেট অধিবেশনৰ ১৭ ফেব্ৰুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰৰ বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধায়িনী ভৱনত আজি মুখ্য সচিব ড° ৰবি কোটা উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যপালৰ ভাষণকে ধৰি প্ৰথম দিনাৰ কাৰ্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বি টি চি আৰু...

February 12, 2025 8:04 PM

views 11

ছিংগাপুৰত উপ প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্রধানমন্ত্রী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অর্থনীতি, ছেমিকণ্ডাক্টৰ, দ...

February 12, 2025 6:46 PM

views 25

মঙলদৈৰ বিশিষ্ট গ্রন্থ বিক্রেতা তথা জনপ্রিয় কবি দুর্লভ শৰ্মাৰ মৃত্যু

মঙলদৈৰ বিশিষ্ট গ্রন্থ বিক্রেতা তথা সামাজিক মাধ্যমৰ জনপ্রিয় কবি দুর্লভ শৰ্মাৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মঙলদৈৰ বিষ্ণুৰাভা পথত অনুষ্ঠিত শৰ্মা ব্ৰাডাৰ্ছ নামৰ গ্ৰন্থ বিক্রেতা প্রতিষ্ঠানৰ স্বত্বাধিকাৰী শৰ্মা ব্যৱসায় সংক্রান্তত বৰপেটা ৰোডলৈ গৈছিল আৰু কালি তেওঁ হঠাতে অসুস্থ হৈ ...

February 12, 2025 6:31 PM

views 28

বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রৰ আকাশী লহৰ শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন

কাইলৈ বিশ্ব অনাতাঁৰ দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রই কাইলৈ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ চানমাৰিত থকা অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ প্রেক্ষাগৃহত আকাশী লহৰ শীর্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিশ্ব অনাতাঁৰ দিৱসৰ এই বছৰৰ প্রতিপাদ্য বিষয় "ৰেডিঅ' আৰু জলবায়ু পৰিৱর্তন বিষয়ত বক্তৃতা ...

February 12, 2025 5:11 PM

views 38

এছিয়া মিক্সড টীম বেডমিণ্টনত মাকাউৰ বিৰুদ্ধে ভাৰতৰ ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ

ভাৰতে চীনৰ চিংড়াওত অনুষ্ঠিত এছিয়া মিক্সড টীম বেডমিণ্টন প্রতিযোগিতাত মাকাউৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা বৰীয়াথে মিক্স ডাৱলছৰ প্ৰথমখন খেলত ইয়ক ছং লিয়ং আৰু ৱেং চি এন জিক ২১-১০, ২১-৯ গেমত পৰাস্ত কৰে। ইয়াৰ পাছত লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খে...

February 12, 2025 5:05 PM

views 33

অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণীৰে বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত ধাৰাষাৰ বৰষুণ বা তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

February 12, 2025 5:03 PM

views 21

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত

অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে পূর্ণগতিত প্রস্তুতি অব্যাহত আছে। এই সন্মিলনৰ অংশহিচাপে অহা ২৪ ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত...

February 12, 2025 5:01 PM

views 18

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰ...