February 21, 2025 8:29 PM

views 28

নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫

নতুন দিল্লীত কাইলৈ পুছা কৃষি বিজ্ঞান মেলা ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ এই মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ মূল প্রতিপাদ্য বিষয় হৈছে উন্নত কৃষি - বিকশিত ভাৰত। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ নতুন প্রজাতি আৰু প্ৰযুক্তিৰ প্ৰদৰ্শন এই মেলা অন্যতম আ...

February 21, 2025 8:27 PM

views 15

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে ভাৰতত আমেৰিকাৰ পুঁজি সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া বাতৰি সন্দৰ্ভত সংশ্লিষ্ট বিভাগ আৰু সংস্থাই অনুস...

February 21, 2025 8:25 PM

views 24

চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত ড° এছ জয়শংকৰৰ

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকৰ আপাহতে আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয়, যে বৈঠকত তেওঁলোকে সীমান্ত অঞ্চল...

February 21, 2025 8:24 PM

views 22

জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ গোলকীয় প্ৰত্যাহ্বান প্রতিফলিত কৰিব লাগিব বুলি প্ৰকাশ কৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি- ২০ বিদেশ মন্ত্ৰীৰ বৈঠকত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি...

February 21, 2025 7:33 PM

views 15

অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাত সৌৰভ ঘোষাল ছেমিফাইনেলত প্ৰৱেশ

অষ্ট্ৰেলিয়াৰ চিডনীত অনুষ্ঠিত অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ভাৰতৰ সৌৰভ ঘোষাল আজি চেমিফাইনেলত প্ৰৱেশ কৰিছে। সৌৰভে দক্ষিণ কোৰিয়াৰ মিনৌ লীক ১১–৬, ১১–৬ আৰু ১১-৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। চেমিফাইনেলত ঘোষালে তৃতীয় বাচনিৰ অষ্ট্ৰেলিয়াৰ ৰিছ দৌলিঙৰ মুখামুখি হ...

February 21, 2025 7:31 PM

views 22

চৰাইদেউ মৈদাম ক্ষেত্ৰত চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয়, অসম পর্যটন বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰহিলৈ চৰাইদেউ মৈদাম হেৰিটেজ ৰান ছাফাৰী শীৰ্ষক মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতা ২১ কিলোমি...

February 21, 2025 7:30 PM

views 15

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ সামৰণি

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত উদ্যানশস্যৰ নাৰ্ছাৰী ব্যৱস্থাপনা আৰু মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে। মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও উদ্যমী কৃষকে অংশগ্ৰহণ কৰে। জিলা কৃষি বিজ্ঞান কেন্দ...

February 21, 2025 7:28 PM

views 23

ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত চৰাইদেউত জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি বিনিয়োগ আন্তগাথনি শীর্ষ সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অধীনৰ সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীক বিভাগীয় বিষয়াসকলে নিজ নিজ বিভাগৰ অন্...

February 21, 2025 7:23 PM

views 22

প্ৰয়াগৰাজৰ ত্রিবেণী সংগমত পৰিয়ালসহ মুখ্যমন্ত্রীৰ পবিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ উপলক্ষে আজি ত্রিবেণী সংগমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সৈতে পবিত্ৰ স্নান কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড° শৰ্মাই কয় যে ত্রিবেণী সংগম কেৱল নদীৰ সংগম নহয়, ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এটা সমন্বয়। এই পবিত্র স...

February 21, 2025 6:59 PM

views 31

ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়াৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, শক্তিকেন্দ্ৰৰ আহ্বায়ক আৰু বুথ পৰ্যায়ৰ সভাপতি-সম্পাদকসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে এখন বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত মন্ত্ৰীগৰাকীয়ে সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি অহা ২৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ...