February 22, 2025 9:32 PM

views 26

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰৰ কটকটীয়া সুৰক্ষা ব্যৱস্থা, প্ৰস্তুতি প্রায় সম্পূৰ্ণ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই সন্মিলনত ভাগ লোৱাৰ বাবে পৰহিলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ'ব। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়...

February 22, 2025 9:30 PM

views 8

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কৃষিমন্ত্রী অতুল বৰা বৈঠক

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রহণেৰে হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি কৃষিমন্ত্রী অতুল বৰাই জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সন্মিলনত ৰাজ্যৰ কৃষিবিভাগৰ উদ্যোগত চাহ, বাঁহ উদ্যোগ, অগৰ প্ৰসংস্কৰণ আৰু মূল্য সংযোজনকে ধৰি কেইবাটাও বিষয়ত অ...

February 22, 2025 9:29 PM

views 10

ৰাজ্যৰ ভিন্ন প্ৰান্তত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ কেইবাগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে কেইবাগৰাকী মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অধীনৰ বিভিন্ন স্থানত দুষ্টচক্ৰই অব্যাহত ৰখা মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ ঘাটিত আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আহি...

February 22, 2025 9:28 PM

views 33

কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৫ দিনীয়াকৈ সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচী

কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত কালিৰে পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পল্টন বজাৰৰ নেহৰু যুৱ কেন্দ্ৰৰ আৱাসত উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্য...

February 22, 2025 9:27 PM

views 24

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড’ৰ ষ্টেডিয়ামত অস্মিতা বেডমিণ্টন প্রতিযোগিতা

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ইনড'ৰ ষ্টেডিয়ামত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ উদ্যোগত আৰু বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আজিৰে পৰা অস্মিতা বেডমিণ্টন প্রতিযোগিতাৰ আয়োজন কৰিছে। দেশৰ মহিলা খেলুৱৈসকলৰ উত্তৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে গ্ৰহণ কৰা অ...

February 22, 2025 9:26 PM

views 14

আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব।...

February 22, 2025 9:25 PM

views 7

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। পুনেত আজি জনতাসহকাৰী বেংক, পুনেৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দেশৰ সমবায় খণ্ডক বিপণনযোগ্য কৰ...

February 22, 2025 9:24 PM

views 13

ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিত গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱৰ

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত চউল শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে নেতৃত্ব ম...

February 22, 2025 9:22 PM

views 15

আৰ বি আইৰ প্ৰাক্তন গৱৰ্নৰ শক্তিকান্ত দাসক প্রধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ শক্তিকান্ত দাসক প্রধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰী দাস ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৮০ চনৰ তামিলনাডু কেডাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷

February 22, 2025 9:21 PM

views 15

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ৰো অধিক মনোনয়ন লাভ

ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা ২০২৪ৰ বাবে ১,৫০০ ৰো অধিক মনোনয়ন লাভ কৰা হৈছে। এই বঁটাৰ লক্ষ্য হৈছে তিনিটা শিতানৰ অধীনৰ অসামৰিক কৰ্মচাৰীৰ অৱদানক স্বীকৃতি দিয়া। এই শিতানসমূহ হ'ল- জিলাসমূহৰ সামগ্রিক উন্নয়ন, অভিলাসী উন্নয়ন খণ্ড আৰু উদ্ভাৱন। জিলাসমূহৰ সামগ্রিক উন্নয়ন আৰু অভিলাসী উ...