February 27, 2025 7:58 PM

views 17

সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চান্সলানিক চি বি আইৰ জেৰা

সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চান্সলানিক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চি আই ডিয়ে জেৰা কৰে। আজি অধিবক্তাসহ পানবজাৰৰ চি আই ডিৰ থানাত হাজিৰ হোৱাৰ পাছত তদন্তকাৰী বিষয়াই গোচৰ সংক্রান্তত ইউটিউবাৰগৰাকীক জেৰা কৰে। উল্লেখযোগ্য যে শ্রীচান্সলানিয়ে ইউটিউবৰ এটা অনুষ্ঠানত কেতবোৰ অশ...

February 27, 2025 7:53 PM

views 21

এডভান্টেজ আছাম সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন আৰু জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা ৫ বছৰত ৪৮০০ কোটি টকাতকৈও অধিক ধন বিনিয়োগ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম সন্মিলনত এই কথা প্ৰকাশ কৰে। কালি পথ পৰিবহন, ৰে'লৱে আৰু নদী বিষয়ক এখন আ...

February 27, 2025 7:44 PM

views 14

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণি

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি ভালেকেইগৰাকী বিশিষ্ট অতিথিৰ সৈতে আলোচনাত মিলিত হয়। ড০ শৰ্মাই আজি পুৱাৰ ভাগত ভূটানৰ কৃষি আৰু পশুপালন মন্ত্রী ইউনটেন ফুণ্টশ্ব’ৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। দুয়োগৰাকী নেতাই কৃষি, বাণিজ্য, পর্যট...

February 27, 2025 4:35 PM

views 36

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্টঃ উচ্চতম ন্যায়ালয়

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে। শপতনামাত চৰকাৰে এনেধৰণৰ দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্ট বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতা...

February 27, 2025 4:32 PM

views 27

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ

এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত অসমৰ ৩৫ খন জিলাত মুঠ ৫ হাজাৰ ৮৫১ কোটি টকাৰ বুজাবুজিব চুক্তি স্বাক্ষৰ কৰা হৈছে। গোলাঘাট জিলাত কালি প্রশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ'ব। কালি ইয়াৰে ৮৯ লাখ টকাৰ তিনি...

February 27, 2025 4:29 PM

views 24

৪.৫০ লাখ কোটিৰো অধিক টকাৰ ২৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰেৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণি

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ কালি সামৰণি পৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এডভান্টেজ আছামব প্রদর্শনী আজিৰে পৰা সাধাৰণ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই বিনিয়োগ সন্মিলনত সৰ্বমুঠ চাৰে ৪ লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা বুলি সন্মিলনৰ সামৰণি অনুষ্ঠানত ম...

February 27, 2025 3:31 PM

views 17

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ'লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয...

February 27, 2025 3:27 PM

views 27

উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে দিল্লী আপৰ বিধায়কসকলক নিলম্বিত

আম আদমী পাৰ্টীৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ বাহিৰত তেওঁলোকক সদনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কার্যক অগণতান্ত্রিক বুলি আখ্যা দি বিৰোধী দলপতি আতিশীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে আপৰ বিধায়কসকলক সদনৰ পৰা নিলম্বন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বিধানসভাৰ চৌহদত প্ৰৱে...

February 27, 2025 3:23 PM

views 20

ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব

ইউৰোপীয় আয়োগৰ অধ্যক্ষ উচুলা ৱান ডেৰ লেয়েন আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। অধ্যক্ষগৰাকীৰ এয়া হৈছে তৃতীয়টো ভাৰত ভ্ৰমণ। শ্রীমতী লেয়েনে আজি বিয়লি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধ্যক্ষগৰাকীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব...

February 27, 2025 3:20 PM

views 21

মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কৰে। সন্মিলনত ভাষণ শ্রী গোৱেলে কয়, যে মেক্ ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৌশলগত পদক্ষেপসমূহৰ জৰিয়তে দেশ উদ্ভাৱন আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থন...