February 28, 2025 1:20 PM

views 31

উদ্যোগ আৰু বাণিজ্য বিভাগৰ চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহৰ ৰূপায়ণৰ বিষয়টো সংশ্লিষ্ট বিভাগসমূহে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব। উদ্যোগ আৰু বাণিজ্য বিভাগে এই চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি কৰিব। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ...

February 28, 2025 1:17 PM

views 34

অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণিৰ অন্তত অহা ২-৩ মাহলৈ ৰাজ্যলৈ নতুন নতুন বিনিয়োগৰ প্ৰস্তাৱ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনীৰ বীথিকাসম...

February 28, 2025 1:02 PM

views 33

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত আজি আফগানিস্তান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আফগানিস্তান আজি লাহৰোৰ গাড্ডাফি ষ্টেডিয়ামত হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব। ইপিনে, পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়।

February 28, 2025 1:01 PM

views 28

বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানি পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানিৰ যুটীটো বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সিদ্ধান্ত আৰু পৰিক্ষিতৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত নিকলাচ মেজিয়া আৰু বাৰ্ণাৰ্ড টমিক ৭-৫, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। সিদ্ধান্ত আৰু পৰিক্ষিত আজি ছে...

February 28, 2025 12:56 PM

views 22

দুদিনীয়া ভ্রমণসূচীৰে জে পি নাড্ডা কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে কালি ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে আজি পুৰীত আয়োজিত ভাৰতৰ জনস্বাস্থ্য সেৱা ব্যৱস্থাত উদ্ভাৱণ আৰু ভাল তথা অনুকৰণীয় অভ্যাস বিষয়ক নৱম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে ষোড়শ উমৈহতীয়া পুণৰীক্ষণ অভিযান...

February 28, 2025 12:54 PM

views 27

দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত ড° এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই কালি নতুন দিল্লীত বসুধৈৱ কুটুম্বকম শীৰ্ষক দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত অংশগ্ৰহণ কৰে। এই মহোৎসৱত ড° জয়শংকৰ আৰু ছাক্সেনাই দেশৰ লগতে ৰাছিয়া, মংগোলীয়া আৰু ৰাৱাণ্ডাৰ শিল্পীসকলৰ নৃত্য-গীত উপভোগ কৰে ৷

February 28, 2025 12:53 PM

views 28

বিহাৰ, পশ্চিমবংগ, ছিকিম আৰু নেপালৰ ভালেমান অংশত ৫. ৫ প্রাবল্যৰ ভূঁইকঁপৰ জোকাৰণি

বিহাৰ, পশ্চিমবংগ, ছিকিম আৰু নেপালৰ ভালেমান অংশত আজি নিচেই পুৱা ৰিখটাৰ স্কেলত ৫ দশমিক ৫ প্রাবল্যৰ এটা ভূঁইকঁপৰ জোকাৰণি অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে প্রায় ২ বাজি ৩৬ মিনিটত অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ বাগমতি জিলাৰ কোদাৰিত আছিল। পশ্চিমবংগৰ শিলিগুৰি, ছিকিমৰ...

February 28, 2025 12:51 PM

views 16

তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ

বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোর্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। তেওঁ পৰৱৰ্তী ৩ বছৰলৈ এই পদত থাকিব। শ্ৰীপাণ্ডে মাধৱি পুৰী বুছৰ স্থলাভিষিক্ত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি কমিটীয়ে ছেবিৰ নতুন অধ্যক্ষ হিচাবে তুহিন কান্ত পাণ্ডেৰ নিযুক্তিত অনুমোদন জনাইছে।

February 28, 2025 1:39 PM

views 115

সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদার্থবিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপনৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ন'বেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি দে...

February 28, 2025 12:48 PM

views 14

এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি পশ্চিমবংগলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি পশ্চিমবংগলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে বীৰভূম জিলাত থকা পৱিত্ৰ শক্তিপীঠ-তাৰাপীঠ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচার্য শ্ৰীলা ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামী প্রভুপাদৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ ...