March 5, 2025 11:53 AM

views 35

৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যৰ মন্ত্রীসভাই ৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্রীসভাই বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি তিনিচুকীয়াত মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় অসম আৰু ছিপাঝাৰত এডটেক দক্ষতা বিশ...

March 4, 2025 8:25 PM

views 16

জন ঔষধি কেন্দ্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চৰকাৰে অভিযান আৰম্ভ কৰা বুলি ভি কে প’লৰ প্ৰকাশ

চৰকাৰে জন ঔষধি কেন্দ্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি নীতি আয়োগৰ সদস্য ভি কে প'লে প্ৰকাশ কৰিছে। আসন্ন জন ঔষধি দিৱস সম্পর্কে আজি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত কয়, যে জন ঔষধি কেন্দ্ৰসমূহত প্ৰায় দুহেজাৰবিধ ঔষধ আৰু অস্ত্ৰোপচাৰৰ ৩ হাজাৰ আহিলা উপলব্ধ ৷ তেওঁ লগতে কয়, যে বহনসাধ্য দ...

March 4, 2025 8:23 PM

views 15

সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ

সম্প্ৰতি সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে জানিবলৈ দিছে। নতুন দিল্লীত আজি নির্বাচিত মহিলা প্রতিনিধিসকলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত সৱল পঞ্চায়ত নেত্রী অভিযান শীর্ষক উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰ...

March 4, 2025 8:21 PM

views 24

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াসকলৰ কাৰ্য্য শাসন আৰু কল্যাণৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ – শ্ৰীমতী দ্রৌপদী মুর্মু

বহনক্ষম আৰু সৰ্বাত্মক বিকাশৰ বাবে সম্পদৰ দক্ষ আৰু নিৰপেক্ষ ব্যৱস্থাপনাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় ৰাজহ সেৱাৰ প্রশিক্ষার্থী বিষয়াসকলক উদ্দেশি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দে...

March 4, 2025 8:19 PM

views 62

চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কৈছে, যে চৰকাৰে বিগত ১০ বছৰত সংস্কাৰ, বিত্তীয় নিয়মানুৱৰ্তিতা, স্বচ্ছতা আৰু সৰ্বাত্মক বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধতা প্ৰকাশ কৰি আহিছে। ...

March 4, 2025 8:05 PM

views 30

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াৰ ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৬৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অস্ট্রেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে সৰ্...

March 4, 2025 8:03 PM

views 15

শিলচৰ-লামডিং ব্রডগেজ ৰে’লপথ ৰূপায়ণ সংগ্ৰাম সমিতিৰ ৰে’লমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

কাছাৰ জিলাৰ চন্দ্ৰনাথপুৰ-লংকা সংযোগী দ্বিতীয়টো ৰে'লপথ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ দাবীত শিলচৰ-লামডিং ব্রডগেজ ৰে'লপথ ৰূপায়ণ সংগ্ৰাম সমিতিয়ে ৰে'লমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আজি সমিতিৰ সদস্যসকলে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱক প্ৰদান কৰে। সাংসদগৰাকীয়ে সদনত এই...

March 4, 2025 8:01 PM

views 21

গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি মহবুবুল হকৰ জামিন আবেদনৰ শুনানী গ্ৰহণ

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ পৰীক্ষাত হোৱা অনিয়মক লৈ ৰুজু হোৱা গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন আবেদনৰ শুনানী আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয়। ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে শুনানী গ্রহণ কৰাৰ পাছত আজি সকলো পক্ষৰ যুক্তি দৰ্শোৱাৰ প্ৰক...

March 4, 2025 7:59 PM

views 12

গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত কাইলৈ ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন

গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত কাইলৈ গুৱাহাটীত পূব আৰু উত্তৰ-পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ এয়া হৈছে তৃতীয়খন এনেধৰণৰ সন্মিলন। সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহ পৰিক্ৰমা...

March 4, 2025 7:58 PM

views 29

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ ক'ৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৮ কোটি ৮৯ লাখ টকা ব্যয় ...