March 8, 2025 6:53 PM

views 45

অধিকাৰ, সমতা, সবলীকৰণ এই বিষয়বস্তুৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— সকলো মহিলা আৰু কিশোৰীৰ বাবে ঃ অধিকাৰ, সমতা, সবলীকৰণ। এই উদ্দেশ্যে প্ৰতিগৰাকী...

March 8, 2025 4:10 PM

views 32

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকেৰ যোৱা নিশা উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি কৰে। অনুষ্ঠানত ভাষণ দি ড০ জয়শংকৰে কয়, যে এই দূতাবাসটোৱে ভাৰতীয় সম্প্ৰদায়ৰ প্রয়োজনীয সেৱাসমূহ পূৰ কৰাত সহায়ক হ'ব। তেওঁ লগতে কয়, যে বেলফাষ্টৰ এই দূতাবাসটোৱে ভাৰত আৰু আয়াৰেলণ্ডৰ মাজত বাণিজ্য, প্রয...

March 8, 2025 4:01 PM

views 39

নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈ আহিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই এই দিৱস পালন কৰা হৈ আহিছে। তেওঁ কয়, যে দেশৰ ভগ্নী আৰু কন্যাসকলে সকলো বাধা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে আৰু...

March 8, 2025 3:54 PM

views 23

প্রধানমন্ত্ৰী মোদীয়ে এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে আজি পুৱাৰেপৰা তেওঁৰ একাউণ্টৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অতুলনীয় সাফল্য লাভ কৰা নাৰীসকলে আন নাৰীক প্ৰভ...

March 8, 2025 3:51 PM

views 21

গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ নাৰীসকলৰ মাজত উদ্যমিতা সৃষ্টি আৰু তেওঁলোকৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে প্রধানমন্ত্রী মোডীয়ে ২০২৩চনৰ ১৫ আগষ্টত লাখপতি দিদি আঁচনিৰ শুভাৰম...

March 8, 2025 1:53 PM

views 30

নকল ভোটদাতা ফটো পৰিচয় পত্ৰঃ ৩ মাহৰ ভিতৰত সমস্যা সমাধানৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ই পি আই চি নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল ই পি আই চি নম্বৰ থকা ভোটদাতাসকল...

March 8, 2025 1:37 PM

views 33

খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে ছটা খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ অনুষ্ঠানৰ বাবে কাইলৈ ১০ লাখ টকাকৈ দ্বিতীয় কিস্তিৰ ধন আদায় দিয়া হ'ব। ইয়াৰ বাবে কাইলৈ গুৱাহাটী চিকি...

March 8, 2025 1:03 PM

views 28

আকাশবাণী বাতৰি বিভাগৰ ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ ব্যতিক্রমভাৱে উদযাপন

আকাশবাণী বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্রমীভাৱে উদযাপন কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিবেশকসকলৰ দ্বাৰা পৰিবেশনৰ দিহা কৰা হৈছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ...

March 8, 2025 12:55 PM

views 211

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— ‘‘ সকলো মহিলা আৰু কিশোৰীৰ বাবেঃ অধিকাৰ, সমতা, সবলীকৰণ ’’। এই বিষয়বস্তুৰ ...

March 7, 2025 9:26 PM

views 44

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান,...