March 14, 2025 7:53 PM

views 22

শ্ৰীশ্ৰীপাটবাউসী সত্ৰত ১৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত ১৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰে। ড০ শৰ্মাই শ্ৰীশ্ৰী শংকৰদেৱ থান, ...

March 14, 2025 7:50 PM

views 9

কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব মন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ১৬৭ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্...

March 14, 2025 7:42 PM

views 15

ছিৰিয়াৰ উপকূলীয় অঞ্চলত সংঘটিত ব্যাপক হিংসাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গৰিহণা

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ছিৰিয়াৰ উপকূলীয় অঞ্চলত সংঘটিত ব্যাপক হিংসাক গৰিহণা দি দেশখনৰ অন্তৱৰ্তীকালীন কর্তৃপক্ষক জাতি-ধর্ম নির্বিশেষে দেশবাসীক সুৰক্ষা দিবৈল আহ্বান জনাইছে বুলি কূটনীতিবিদসকলে প্ৰকাশ কৰিছে। ৰাছিয়া আৰু আমেৰিকাই খচৰা প্ৰস্তুত কৰা ৰাষ্ট্ৰপতিৰ বিবৃতিটো আজি নিৰাপত্তা পৰিষদৰ মুকলি অধি...

March 14, 2025 7:05 PM

views 12

ইউক্রেইনৰ সংঘৰ্ষৰ সমাধানত গুৰুত্ব দিয়াৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইনৰ সংঘৰ্ষৰ সমাধানৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নেতাৰ শলাগ লৈছে। বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকোৰ সৈতে কালি এখন যুটীয়া সংবাদমেলত অংশগ্ৰহণ ...

March 14, 2025 7:00 PM

views 17

ৰে’ল অপহৰণ কাণ্ডৰে ভাৰত জড়িত বুলি পাকিস্তানে কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা নতুন দিল্লীৰ

নতুন দিল্লী মহলে ৰে'ল অপহৰণ কাণ্ডৰ সৈতে ভাৰত জড়িত বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা দিছে। পাকিস্তানী পক্ষৰ বিবৃতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি কয়, যে নতুন দিল্লী মহলে পাকিস্তানৰ এই ভিত্তিহীন অভিযোগ স্পষ্ট ভ...

March 14, 2025 11:33 AM

views 84

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৭ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্...

March 14, 2025 11:28 AM

views 27

বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ খিতাপ অৰ্জন উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সন্থাৰ

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক টাইব্ৰেকাৰৰ সহায়ত ৭-৬ৰ ব্যৱধানত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত অমিমাংসিত হোৱাৰ প...

March 14, 2025 11:23 AM

views 31

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীর্ষক বিশেষ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্রোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই অনুষ...

March 14, 2025 11:18 AM

views 33

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন

■ ৰাজ্যৰ প্ৰান্তে প্রান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযা...

March 14, 2025 11:12 AM

views 28

বৰপেটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

বৰপেটা জিলাৰ বৈষ্ণৱ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে আজি এই উপলক্ষে বৰপেটাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত আয়োজিত এটা কাৰ্যসূচীত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংক...