March 22, 2025 9:16 PM

views 27

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ সহযোগত উদ্ভাৱন মহোৎসৱৰ আয়োজন

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ উদ্ভাৱন মহোৎসৱৰ আয়োজন কৰিছে। উদ্ভাৱনী আৰু সৃষ্টিশীল কামকাজত জড়িত হ'বলৈ জনসাধাৰণক উৎসাহিত কৰাৰ বাবে প্ৰতি বছৰে আয়োজন কৰা এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱক আৰু শিপিনীসকলে অংশগ্ৰহণ কৰ...

March 22, 2025 9:15 PM

views 13

হোজাইৰ ডবকাত অত্যাধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী কেশৱ মহন্তৰ

তথ্য প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি হোজাই জিলাৰ ডবকাত স্বচ্ছ ভাৰত নগৰীয়া অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া এটা অত্যাধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শিলান্যাস কৰে। ৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে ডবকা চহৰৰ প্ৰতিটো ৱাৰ্ড পৰ...

March 22, 2025 9:13 PM

views 20

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ত আজি আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই বৈঠালাংছ' আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ পৰা ২০টা কণ্টেইনাৰত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰা...

March 22, 2025 9:12 PM

views 20

কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কণীধান খেতিৰ প্ৰশিক্ষণৰ সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ মাৰ্চৰ পৰা অনুষ্ঠিত কণীধান খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। এই প্ৰশিক্ষণত আধুনিক পদ্ধতিৰে কণীধান খেতিৰ কাৰিকৰী দিশ, প্ৰসংস্কৰণ, বজাৰৰ চাহিদা সৃষ্টিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰোৱা হয়। তদুপৰি ২০গৰাকী প্ৰশিক্ষাৰ্থ...

March 22, 2025 9:11 PM

views 16

বোকাখাত নাট্য মন্দিৰত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা আৰম্ভ

আজিৰে পৰা বোকাখাতত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এই গ্রন্থমেলাত গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্রিক উত্তৰণ সম্ভৱ এই চিন্তাক মূল বিষয় হিচাপে লোৱা হৈছে। আজি গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী বিশিষ্ট চিত্রশিল্পী চম্পক বৰবৰাই ...

March 22, 2025 9:09 PM

views 17

আইপিএলত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ চাৰিটা বৃহৎ পৰিৱৰ্তন

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত এইবাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) চাৰিটা বৃহৎ পৰিৱৰ্তন কৰিছে। পৰিষদৰ মুখ্য কাৰ্যালয়ত কালি দলসমূহৰ অধিনায়ক, প্ৰশিক্ষক আৰু প্ৰৱন্ধকসকলৰ সৈতে বিচিচিআইৰ এখন বৈঠকত সর্বসন্মতিক্রমে বলত লেলাৱতি লগোৱা কাৰ্যত অনুমতি দিয়া হয়। ক'ভিড মহামাৰীৰ সম...

March 22, 2025 9:08 PM

views 11

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত নগাঁও-মাকুম ছোৱালী দল

নগাঁও-মাকুমৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেলৰ পাছত মাকুমে গ্রুপ-এৰ শীৰ্ষ দল হিচাপে আৰু নগাঁও দলে গ্ৰুপ- বিৰ শ্ৰেষ্ঠ দল হিচাপে ফাইনেলত প্ৰ...

March 22, 2025 9:07 PM

views 12

নতুন অৱধাৰণা-উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলৰ আহ্বান

কেন্দ্রীয় উদ্যোগ মন্ত্রী পিয়ুষ গোৱেলে নতুন অৱধাৰণা আৰু উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ প্ৰতি আহ্বান জনাইছে। আহমেদাবাদত আজি ৱেজলপুৰ ষ্টাৰ্টআপ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষক বিকশিত ৰ...

March 22, 2025 9:05 PM

views 19

বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগণি আঁচনিসমূহৰ অধীনত ১৪টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে ৭৬৪খন আবেদনত অনুমোদন

বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগণি আঁচনিসমূহৰ অধীনত ১৪টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে ৭৬৪ খন আবেদনৰ অনুমোদন জনোৱা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্রকাশ কৰিছে। উৎপাদন আধাৰিত উদগণি আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত ঔষধ, চিকিৎসা আহিলা পাতি, ভেষজ, দূৰ সংযোগ, খাদ্য প্ৰসংস্কৰণ, বস্ত্ৰ, ঘৰুৱা কামত ব্যৱহৃত বৃ...

March 22, 2025 9:02 PM

views 8

মণিপুৰৰ ইম্ফলত উপস্থিত ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া প্ৰতিনিধি দল

ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা ৫জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। প্রতিনিধি দলটোৰ ৩গৰাকী বিচাৰপতি– ন্যায়াধীশ গৱাই, ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ এম এম সুন্দ্ৰেছে চূড়াচান্দপুৰলৈ গৈ জিলাখনত আইন সেৱা শিবিৰ, স্বাস্থ্য শিবিৰ আৰু আইনী সাহায্য...