March 23, 2025 11:47 AM

views 23

আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা দলে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটত হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডা...

March 23, 2025 11:38 AM

views 15

এফ আই জি বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত প্ৰণতি নায়কৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ প্ৰণতি নায়কে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত ফেডাৰেচন ইণ্টাৰনেচনেল দি জিম্মাষ্টিক বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এছিয়ান চেম্পিয়নশ্বিপৰ দুবাৰকৈ পদক বিজেতা প্রণতিয়ে কালি বিয়লি ১৩ দশমিক ৪-১-৭ স্ক'ৰৰে বিশ্বকাপৰ প্ৰথমটো পদক হস্তগত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

March 23, 2025 11:31 AM

views 25

বিভিন্ন পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নির্বাচন আয়োগৰ প্ৰকাশ

ৰাজনৈতিক দলসমূহৰ সৈতে নির্বাচনী পঞ্জীয়ন বিষয়া, জিলা নির্বাচনী বিষয়া আৰু মুখ্য নির্বাচনী বিষয়া পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নির্বাচন আয়োগে প্ৰকাশ কৰিছে। মুঠ ৪,১২৩ গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই দেশজুৰি সংশ্লিষ্ট বিধানসভাৰ ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়মূহ নিষ্পত্তিৰ বাবে সৰ্বদলীয...

March 23, 2025 11:26 AM

views 29

ভগৎ সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰৰ আজি শ্বহীদ দিৱস

সমগ্ৰ ৰাষ্ট্ৰই আজি ভগৎ সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰৰ শ্বহীদ দিৱস উপলক্ষে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহান বিপ্লৱী ৩ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁলোকক ১৯৩১ চনৰ আজিৰ দিনটোতে লাহোৰৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।

March 23, 2025 11:21 AM

views 21

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সহযোগিতা শক্তিশালী হৈছে : প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সন

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনে তেওঁৰ চলিত সপ্তাহৰ ভাৰত ভ্ৰমণৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়া ভাৰত ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে সামাজিক মাধ্যম এক্স যোগ প্ৰকাশ কৰিছে। এই ভ্ৰমণ কালত প্ৰতিৰক্ষা, বাণিজ্যকে ধৰি বিভিন্ন খণ্ডত লা...

March 23, 2025 11:14 AM

views 16

গোলকীয় অর্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ’বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰিছে : সুমন বেৰী

গোলকীয় অর্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ'বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰা বুলি নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৩১ সংখ্যক লাল বাহাদুৰ শাস্ত্রী স্মাৰক বক্তৃতাত তেওঁ প্ৰতিযোগিতামূলক আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোকপাত কৰে। শ্ৰীবেৰীয়ে নী...

March 23, 2025 11:06 AM

views 28

পিঁয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ইয়াৰ ফলত খেতিয়কসকলৰ বাবে লাভজনক মূল্য সুনিশ্চিত হ'ব আৰু গ্ৰাহকসকলৰ বাবে পিঁয়াজৰ উপলব্ধতা বৰ্তি থাকিব। ৰবি শস্যৰ বতৰত পিয়াজসহ অন্য শস্যৰ অধিক উ...

March 23, 2025 11:03 AM

views 18

উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টিৰ বাবে অনলাইনযোগে আৱেদন দাখিলৰ সময়সীমা বৃদ্ধি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৫ বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চি ইউ ই টিৰ বাবে অনলাইন যোগে আৱেদন দাখিলৰ সময়সীমা কাইলৈ লৈকে বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এখন বিজ্ঞপ্তি যোগে পৰীক্ষা মাচুল জমা কৰাৰ দিনৰ সংশোধন কৰি ২৫ মাৰ্চ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আৱেদনকাৰীসকলে ২৬ৰ পৰা ২৮...

March 23, 2025 10:59 AM

views 27

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ’ সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড

উচ্চতম ন্যায়ালয়ে যোৱানিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত ফটো, ভিডিঅ' সহ অভ্যন্তৰীণ প্রতিবেদন ৱেবছাইটত আপলোড কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বাৰ্মাৰ উত্তৰো জাৰি কৰিছে। ন্যায়াধীশ বার্মাই তেওঁৰ উত্তৰত অভিযো...

March 22, 2025 9:18 PM

views 20

দৰং জিলাক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ১২৮.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ চূড়ান্ত জৰীপত অনুমোদনঃ সাংসদ দিলীপ শইকীয়া

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰায় চাৰে ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ১২৮ দশমিক ৭-৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথৰ চূড়ান্ত জৰীপত অনুমোদন হৈছে আৰু চলিত মাহতে এই প্ৰতিবেদন প্রকাশ পাব। দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মঙলদৈ মহাবিদ্যালয়ত প্ৰধানমন্ত্রী উচ্চতৰ শিক্ষা আঁচনিৰ অ...