March 25, 2025 7:06 PM

views 24

ছত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত

ছত্তিশগড়ৰ দান্তেৱাড়া জিলাত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হয়। চৰকাৰী সূত্ৰ অনুসৰি আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ এটা যুটীয়া দলে বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্ত অঞ্চলৰ ঘন অৰণ্যত আজি পুৱা নক্সাল বিৰোধী অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত গুলীয়া-গ...

March 25, 2025 7:05 PM

views 17

দিল্লী বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল

 বিত্ত বিভাগৰ দায়িত্বত থকা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। দিল্লীত বিজেপিৰ নেতৃত্বৰ চৰকাৰ গঠনৰ পাছত এইখন হৈছে প্ৰথমখন বাজেট। বাজেট দাখিল কৰি সদনত শ্ৰীমতী গুপ্তাই কয়, যে এক লাখ কোটি টকাৰ এই বাজেটখনত প্ৰতিটো খণ্ডৰ উন্নয়ন আৰু বিকাশত গুৰু...

March 25, 2025 6:53 PM

views 36

সৰ্বানন্দ সোণোৱালৰ ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন

ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দেশখনৰ জ্যেষ্ঠ মন্ত্ৰী ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন কৰে। এই মণ্ডপত ভাৰতৰ সামুদ্রিক উদ্ভাৱন আৰু শক্তি সম্ভাৱনা এই মণ্ডপ ভাৰত আৰু ছিংগাপ...

March 25, 2025 6:51 PM

views 31

গোলাঘাটৰ চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনত তৰাচিৰা বিহু অনুষ্ঠিত

গোলাঘাট জিলাৰ মেৰাপানীৰ হাতীয়ে খোৱা চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ অংশ হিচাপে তৰাচিৰা বিহু অনুষ্ঠিত হৈছে। এই উপলক্ষে অধিৱেশনস্থলীত কমেও দুহেজাৰ নাচনীয়ে খোলাং বুঢ়ী নাচ পৰিৱেশন কৰিব। এই অধিৱেশনত জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি- নীতি, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰ...

March 25, 2025 7:57 PM

views 19

অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ নগাঁও শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ ঐতিহ্য বহনকাৰী স্থ...

March 25, 2025 6:48 PM

views 11

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ প...

March 25, 2025 6:16 PM

views 11

গণ প্ৰহাৰত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ওদালগুৰিৰ আৰক্ষীৰ জে পি শৰ্মাক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ

গণ প্ৰহাৰত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কর্তব্যত গাফিলতিৰ বাবে ওদালগুৰিৰ আৰক্ষী অধীক্ষকে ইকৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জে পি শৰ্মাক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিছে। যোৱা ২০ মাৰ্চত ওদালগুৰি জিলাৰ কঠালবাৰী গাঁৱত তামোল চুৰিৰ সন্দেহত লালমোহন ৰায় নামৰ এজন লোক গাঁওবাসীৰ প্ৰহাৰত নিহত হৈছিল আৰু এই সন...

March 25, 2025 6:14 PM

views 31

অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি

অসম বিদ্যুৎ নিয়ামক আয়োগে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। অসম বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এল, অসম বিদ্যুৎ গ্রীড কোম্পানী আৰু ৰাজ্যিক ভাৰ বিতৰণ কেন্দ্ৰৰ আবেদনৰ ওপৰত ভিত্তি কৰি এই নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হয়। আয়োগে সকলো পক্ষৰ ...

March 25, 2025 6:06 PM

views 21

আজিৰে পৰা অনিৰ্দিষ্টকাললৈ অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিবেশন স্থগিত

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত ৰাজ্যপালৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হয়। ইয়াৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পৰা অধিৱেশনৰ কাৰ্যসূচীসমূহ দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হয়। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে ...

March 24, 2025 9:14 PM

views 7

লোকসভাই পাৰিত কৰা তৈলক্ষেত্র সংশোধনী বিধেয়ক ২০২৪ত ৰাজ্যসভাৰ অনুমোদন

লোকসভা আৰু ৰাজ্যসভাত আজি কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ সংৰক্ষণৰ বাবে সংবিধান সংশোধন সন্দৰ্ভত কৰা মন্তব্যক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখা হয় আৰু লোকসভা এই বিষয়টোক লৈ দুবাৰ স্থগিত ৰাখিবলগীয়া হয়। দ্বিতীয়বাৰ স্থগিত ৰ...