March 26, 2025 7:16 PM

views 31

খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ : প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লোকসভাত আজি কেইটামান পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্যত ভেজালকৰণ সন্দৰ্ভত অভিযোগ পালে চৰকাৰে লগে লগেই এই বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰ...

March 26, 2025 6:52 PM

views 15

নির্বাচন আয়োগৰ উদ্যোগত বুথ পৰ্যায়ৰ বিষয়া, বি এল অ’ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

নির্বাচন আয়োগৰ উদ্যোগত আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে ১ লাখৰো অধিক বুথ পৰ্যায়ৰ বিষয়া, বি এল অ'ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজধানী মহানগৰীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা প্রতিষ্ঠান, আই আই আই ডি ই এমত এই প্রশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে...

March 26, 2025 1:34 PM

views 15

গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ, প্ৰেছ ক্লাবত প্ৰতিবাদ

গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰে। সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান ক...

March 26, 2025 1:32 PM

views 30

গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প্ৰতিযোগিতা উদ্বোধন কৰে। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক পৰ্য...

March 26, 2025 1:30 PM

views 9

চীনৰ বেইজিঙত ভাৰত-চীন সীমান্তৰ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা তথা সহযোগিতাবিষয়ক ৩৩সংখ্যক কার্যপ্রণালী বৈঠক

চীনৰ বেইজিঙত কালি ভাৰত-চীন সীমান্তৰ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা তথা সহযোগিতাবিষয়ক ৩৩ সংখ্যক কার্যপ্রণালী বৈঠক অনুষ্ঠিত হয়। বিদেশ মন্ত্রালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই বৈঠকত ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শেহতীয়া পৰিস্থিতিৰ সামগ্ৰিকভাৱে পর্যালোচনা কৰা হয়। দুয়ো পক্ষই ক...

March 26, 2025 1:28 PM

views 14

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত জুলী বিছ’পৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত জুলী বিছ'পৰ সৈতে বৈঠকত মিলিত হৈ ম্যানমাৰৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জুলী বিছ’প বৰ্তমান ভাৰত ভ্ৰমণলৈ আহিছে। যোৱা বছৰৰ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটেৰেচে বিছ'পক ম্যানমাৰত তেওঁৰ ব...

March 26, 2025 1:27 PM

views 16

শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত সপ্তম এক্ট-ইষ্ট বাণিজ্য প্ৰদৰ্শনী

মেঘালয় চৰকাৰে ভাৰতীয় চেম্বাৰ অৱ কমাৰ্চৰ সহযোগত কালিৰে পৰা তিনিদিনীয়াকৈ শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত সপ্তম এক্ট-ইষ্ট বাণিজ্য প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনীৰ জৰিয়তে প্ৰযুক্তি, কৃষি, নিৰ্মাণ আৰু পৰ্যটনৰ দৰে উল্লেখযোগ্য খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি বি বি আই এন অর্থাৎ‍ বাংলাদেশ-ভূটান-ভাৰত-ন...

March 26, 2025 1:25 PM

views 8

উত্তৰ প্ৰদেশৰ অতিৰিক্ত ১৫ খন জিলাক কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত সামৰি ল’বঃ কেন্দ্ৰীয় মন্ত্রী ড০ মনসুখ মন্দাভিয়া

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে (ই এছ আই চি) উত্তৰ প্ৰদেশৰ অতিৰিক্ত ১৫ খন জিলাক কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত সামৰি ল'ব বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মন্দাভিয়াই ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হোৱা অতিৰিক্ত জিলাকেইখনৰ ভিতৰত আম্বেদকাৰ নগৰ, অওৰাইয়া, গোন্দা, হামিৰপুৰ, জান...

March 26, 2025 1:24 PM

views 16

উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰা দেশৰ দ্বিতীয় ৰাজ্য হ’ব গুজৰাট

গুজৰাট, উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰা দেশৰ দ্বিতীয় ৰাজ্য হ'ব। ইয়াৰ পূৰ্বে উত্তৰাখণ্ডত এই উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰা হৈছিল। কালি বিধানসভাত দিয়া ভাষণত ৰাজ্যিক আইনমন্ত্রী ৰুশীকেষ পেটেলে কয়, যে এয়া হ'ব ৰাজ্যখনৰ সকলো লোকৰ বাবে সম-ন্যায় নিশ্চিত কৰা আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক অনুধাৱন কৰ...

March 26, 2025 1:22 PM

views 17

প্রাক্তন কেবিনেট সচিব ৰাজীৱ গৌবাক নিটি আয়োগৰ পূৰ্ণকালীন সদস্য নিযুক্তি

প্রাক্তন কেবিনেট সচিব ৰাজীৱ গৌবাক নিটি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ড কেডাৰৰ ১৯৮২ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্রীগৌবাই ২০১৯ চনৰ পৰা ২০২৪ আগষ্টলৈকে দেশৰ শীৰ্ষ আমোলা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ক'ভিড-১৯ৰ পিছত ভাৰতৰ অর্থনৈতিক পুনৰুদ্ধাৰ কৌশলকে ধৰি দেশৰ বিভিন্ন গু...